কাগজ কলো শেষ,কৰ্মচাৰীয়েও শেষ কৰিলে নিজক
“মোৰ অৱস্থা বেয়া, কোনো ফালৰ পৰা ৰাস্তা নাই”-এনেদৰে টোকা লিখি নিজকে নিঃশেষ কৰিলে অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে।বঙাইগাঁও জিলাৰ কাকৈজানাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।আৰ্থিক দুৰৱস্থাৰ বাবেই আত্মহত্যা যোগীঘোপাৰ অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত…