উচ্চতম ন্যায়ালয়ত মুখ থেকেঁচা অসম চৰকাৰৰ
৩ মাৰ্চলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব কংগ্ৰেছ নেতা পৱন খেৰাক ।সোমবাৰে উচ্চতম ন্যায়ালয়ে জামিনৰ সময় বৃদ্ধি কৰে পৱন খেৰাৰ।উল্লেখ্য যে বিগত শুকুৰবাৰে দিল্লী বিমান বন্দৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছ দলৰ মুখ্য মুখপাত্ৰগৰাকীক।অৱশ্যে…