সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কংগ্ৰেছৰ ৱৰ্কিং কমিটিত কোন?

ৰাহুল গান্ধীৰ হাতত ধৰিয়েই কানহায়া কুমাৰ আহিছিল কংগ্ৰেছলৈ।বিজেপিয়ে কানহায়া কুমাৰক টুকৰে টুকৰে গেঙৰ সদস্য বুলি প্ৰায়ে সমালোচনা কৰে।সেই টুকৰে টুকৰে গেঙৰ সদস্যকে এইবাৰ কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিব দলটোৱে।ৰাহুল গান্ধীৰ…

হাৰিয়ানা-ৰাজস্থানৰ ভোটাৰক নিয়ন্ত্ৰণ কৰিব ৰাম ৰহিমে

ডেৰা চ’চ্চা চ’ডাই ইয়াৰ ৰাজনৈতিক উং অথবা শাখা বন্ধ কৰিছে ।হাৰিয়ানা,পঞ্জাব আৰু ৰাজস্থানত যথেষ্ট জনসমৰ্থন তথা অনুগামী থকা ডেৰা চ’চ্চা চ’ডাই আগন্তুক হাৰিয়ানা আৰু ৰাজস্থান নিৰ্বাচনত কোনটো দলক সমৰ্থন কৰিব ,সেয়া ৰাজহুৱা কৰা নাই৷খুব কম দিনৰ ভিতৰতে…

৬৬ % দৰমহা বাঢ়িব বিধায়কৰ

হয়,বিধায়কৰ দৰমহা বাঢ়িব।বৃদ্ধি পাব বিধায়কৰ দৰমহা৷বৰ্তমান লাভ কৰি থকা দৰমহাতকৈ প্ৰায় ৬৬% বৃদ্ধি হ’ব বিধায়কৰ দৰমহা।কেন্দ্ৰীয় শাসিত ৰাজ্য দিল্লীৰ বিধায়কৰ দৰমহা বৃদ্ধি পাব৷ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে জনালে অনুমোদন।এতিয়াৰ পৰা দিল্লীৰ বিধায়কে আগৰ ৫৪…

ভাৰতীয় হৈ লজ্জিত মই’ -নিজেই কৈছিল নৰেন্দ্ৰ মোডীয়ে

বিজেপিৰ সাংসদৰ দাবী যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লণ্ডনত কৰা মন্তব্যৰ বাবে সংসদত ক্ষমা খোজা উচিত।সোমবাৰে ৰাজ্যসভাত এই দাবী তোলে বিজেপিৰ সাংসদে।শাসক দলৰ এই দাবীৰ বিৰোধিতাৰে সোমবাৰে সদন উত্তাল কৰে কংগ্ৰেছ দলে।শাসক দলৰ এই দাবীৰ বিপৰীতে…

বন্ধ হ’ব সমলিংগৰ বিবাহ !

উচ্চতম ন্যায়ালয়ত সমলিংগৰ বিবাহ সম্পৰ্কত সোমবাৰে শুনানি হোৱাৰ কথা।২০১৮ চনৰ পৰাই হোমোছেক্সচুৱেলটিক অপৰাধ হিচাপে গণ্য কৰা হোৱা নাছিল।কিন্তু সমলিংগৰ বিবাহক ভাৰতীয় আইনে গ্ৰহণীয় বুলি ৰায় দিয়া নাছিল।তদুপৰি ভাৰত চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে এই…

মাত্ৰ ৭১২ টকাত ষ্টাৰ হোটেলৰ সুবিধা !

সময়,ব্যস্ততা,ধন,ঠাই ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে পৃথিৱীত ।সেয়ে মানুহেও কৰিছে অদ্ভুত চিন্তা।কেনেকৈ কম ব্যয়ত অধিক সুবিধা গ্ৰাহকলৈ আগবঢ়াব পাৰি তাৰ বাবে যেন চলিছে এক অবাধ প্ৰতিযোগিতা।তেনে এক প্ৰতিযোগিতাৰ বাবেই এগৰাকী ব্যক্তিয়ে লাভ কৰিলে জীৱনত…

ডবকা -যমুনামুখ পথ মেৰামতিৰ দাবী

ডবকা-যমুনামুখ সংযোগী গড়কাপ্তানি পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আজি তাৰ স্থানীয় জনতাই।বিগত বৰ্ষৰ প্ৰলয়ংকাৰী বানে পথছোৱাৰ বহু ঠাই উঠুৱাই নিয়াৰ ফলত পথচাৰীৰ লগতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে যমৰ যাতনা ভুগিবলগীয়া হৈছে ।ফলত আজি এইদৰে…

কঠীয়াতলীত ৰন্ধন প্ৰতিযোগিতা

কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত নিজকঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ ১১ খন বিদ্যালয়ৰ মাজত প্ৰধান মন্ত্ৰী পোষণ আঁচনিৰ অধীনত ৰন্ধন কৰ্মীৰ মাজত ৰন্ধন প্ৰতিযোগিতা। নগাঁও জিলাত সৰ্বপ্ৰথম নিজকঠীয়াতলী কেন্দ্ৰৰ লগতে খাগৰিজান শিক্ষা খণ্ডৰ এটা মণ্ডল সমল…

উচ্ছেদৰ তালিকা দীঘলীয়া,ক’ত হ’ব উচ্ছেদ?

শিলসাঁকোৰ ১৭৯ বিঘা ১৭ লেছা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে।শিলসাঁকো বিলৰ উচ্ছেদৰ প্ৰসংগত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘলৰ টুইটে লগাইছে হাহাকাৰ।শিলসাঁকো বিলত চলিব পুনৰ উচ্ছেদ'।শিলসাঁকোৰ ১৭৯ বিঘা ১৭ লেছা ভূমি অধিগ্ৰহণ কৰিব…

বিৰোধীক প্ৰতিহত কৰাৰ উপায় একমাত্ৰ ED আৰু CBI

বিৰোধী লগ লাগিলেই টেনচন হয় বিজেপিৰ।বিৰোধী নেতাক জে’ললৈ পঠিয়াবলৈ নানান পৰিকল্পনা বিজেপিৰ।দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক শেহতীয়াকৈ জে’ললৈ পঠিওৱাৰ পাছত এইবাৰ বিজেপিৰ লক্ষ্য বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ চৰকাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী…