সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আকৌ হাত দাঙিলে লাট মণ্ডলে

বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।অভিযানত লগন বাচোৱাৰ নামৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ।লগন বাচোৱাৰ বিশ্বনাথৰ বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ দায়িত্বত আছিল।বাঘমৰা মণ্ডলৰ অন্তৰ্গত লাওদলনীৰ ফুল মহম্মদ নামৰ এজন লোকৰ মাটি নামজাৰি…

চাকৰি এৰিছে হাজাৰ হাজাৰ সৈনিকে

৫ বছৰত ৫০ হাজাৰতকৈ অধিক লোকে সৈনিকৰ চাকৰি ত্যাগ কৰিছে দেশত।দেশৰ অৰ্ধসামৰিক বাহিনীৰ ৫০ হাজাৰতকৈ অধিক সৈনিকৰ চাকৰি ত্যাগ।বিগত ৫ বছৰত ৫০,১৫৫ গৰাকী সৈনিকে এৰিলে চাকৰি ।ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দাখিল কৰিলে তথ্য।ৰাজ্যসভাত উত্থাপিত…

বিজেপিত এইবাৰ প’ষ্টাৰ ভূত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প’ষ্টাৰিং হৈছে দেশৰ ৰাজধানী মহানগৰ দিল্লীত।প’ষ্টাৰৰ বিষয় 'মোডী হটাও দেশ বচাও'!এই শ্লোগানেৰে প্ৰায় ২০০০ প’ষ্টাৰ লগোৱা হৈছে নতুন দিল্লীত।দিল্লী আৰক্ষীয়ে ইতিমধ্যে ৰাজধানী মহানগীৰৰ বিভিন্ন প্ৰান্তৰ পৰা…

মকৰ’ কাৰ -দুই মুখ্যমন্ত্ৰীৰ যুঁজ

এখন গাওঁ।গাওঁখনক লৈ টনাআঁজোৰা দুখন ৰাজ্যৰ।দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰে গাওঁখন নিজৰ বুলি। মেঘালয় আৰু অসম সীমান্তত অৱস্থিত গাওঁখন হ’ল মুকৰ’।মুকৰ’ গাওঁখন কাৰ তাক লৈ দুয়োখন ৰাজ্যৰ যুঁজ।ইতিমধ্যে বিগত বৰ্ষৰ ২২ নবেম্বৰত কৰ্তৃত্ব খটোৱাৰ…

পুনৰ এলোপেথিক টাৰ্গেট ৰামদেৱৰ

এলোপেথি চিকিৎসাক সমালোচনা কৰি বাৰে বাৰে বিতৰ্কলৈ আহে যোগগুৰু ৰামদেৱ।ইণ্টাৰনেশ্যনেল আয়ুৰ্বেদ কনক্লেভ ২০২৩ ৰ এক অনুষ্ঠানত অংশ লৈ যোগগুৰু গৰাকীয়ে এলোপেথি চিকিৎসাই কোনো কাৰণতে কেন্সাৰ,ডায়বেটিক,প্ৰেছাৰ আদি ৰোগ ভাল কৰিব নোৱাৰে বুলি উল্লেখ…

ষড়যন্ত্ৰৰ বলি পঞ্জাৱী?

খালিস্তানী নেতাৰ বিৰুদ্ধে চলোৱা অভিযানৰ তিনি দিনৰ পিছত শিৰোমণি আকালি দলে শাসক দল আপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে আম আদমি পাৰ্টিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় ' এই চৰকাৰে ৰাজ্যত অঘোষিত জৰুৰী অৱস্থা ঘোষণা কৰাৰ…

মহাসংকটত মহাজোঁট !

লোকসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে,সিমানেই যেন শত্ৰুতা বাঢ়িছে বিৰোধী দলবোৰৰ মাজত ।তৃণমূল কংগ্ৰেছক বিজেপি বি টীম আখ্যা দিয়াৰ পিছত এইবাৰ বহুজন সমাজবাদী পাৰ্টিৰ নেত্ৰী মায়াৱতীয়ে সমাজবাদী দলক বিজেপিৰ বি টীম আখ্যা দিছে।বিজেপিৰ বিৰুদ্ধে…

দেশ বিৰোধীক কঠোৰ শিক্ষা আপৰ

আপৰ নেত্ৰী আতিছীয়ে 'ৱাৰিছ পাঞ্জাৱ দে’ৰ প্ৰধান নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে চলোৱা আৰক্ষী অভিযানক প্ৰশংসা কৰিছে ।শান্তি বিঘ্নিত কৰা শক্তিৰ বিৰুদ্ধে ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি আতিছীয়ে কয় ' বিগত দুটা দিন ভগৱন্ত…

অমৃতে’ টোপনি হৰিছে গৃহ দপ্তৰৰ

পঞ্জাৱত ইণ্টাৰনেট কৰ্তনৰ সময় পুনৰ বৃদ্ধি কৰা হয়।অহা মঙলবাৰলৈ ৰাজ্যখনত সকলো ইণ্টাৰনেট সেৱা বন্ধ থাকিব।ইতিমধ্যে খালিস্তানী নেতা অমৃতপাল সিঙৰ ৪ গৰাকী ঘনিষ্ঠ সহযোগীক পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই ব্যক্তি কেইজনক ডিব্ৰুগড় কাৰাগাৰলৈ…

মুখ খুলিব ৰাহুল গান্ধীয়ে

উল্লেখযোগ্য দিল্লী আৰক্ষীয়ে দেওবাৰে ৰাহুল গান্ধীৰ বাসভৱনত তালাচী চলায় ।'ভাৰত জোড়ো' যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে মহিলাক লৈ মন্তব্যৰ বাবে এই তালাচী অভিযান চলাইছিল।'এতিয়াও মহিলাসকল যৌন আতিশয্যৰ বলি হৈয়ে আছে '-এনেদৰে ভাৰত জোড়ো যাত্ৰাৰ সময়ত…