সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘জীৱন’ হেৰুৱালে কিন্তু উৰ্বশী ভাগৰা নাই …

ধনৰ লোভেও কিনিব নোৱাৰিলে ঊৰ্বশীৰ ভোক, ঊৰ্বশীৰ বিবেক।৩ মহীয়া সন্তানক লৈ তাতবাতি কৰিবলগীয়া হৈছিল ঊৰ্বশীয়ে। প্ৰায় ২ মাহ ধৰি সাহসেৰে যুঁজ দিয়া প্ৰকৃত ঊৰ্বশীয়ে ন্যায় লাভ কৰিবনে?ঊৰ্বশীৰ সেই এজাহাৰক প্ৰথমাৱস্থাতেই কিয় আৰক্ষীয়ে গুৰুত্ব নিদিলে?অসম…

গণতন্ত্ৰৰ নামত কি চলিছে দেশত?

বৃহস্পতিবাৰে সংসদ ভৱনৰ পৰা বিজয় চ’কলৈকে কংগ্ৰেছ দলে এক প্ৰতিবাদী সমদল উলিয়ায়।এই প্ৰতিবাদী সমদলৰ নাম দিয়া হয় 'ত্ৰিৰংগা মাৰ্চ’।দেশত গণতন্ত্ৰ ৰক্ষাৰ বাবেই এই পদক্ষেপ লৈছিল কংগ্ৰেছে৷বিৰোধী দলবোৰৰ 'যুটীয়া সংসদীয় সমিতি’ গঠনৰ দাবীক সম্পূূৰ্ণ…

গুজৰাটত খহিছে বিজেপিৰ দুৰ্গ!

গুজৰাট বিধানসভাৰ নিৰ্বাচনত মুঠ ৮৪ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল বিজেপিয়ে।মোডী -শ্বাহৰ ৰাজ্যত বিজেপিয়ে লাভ কৰিছিল নিৰংকুশ সংখ্যাগৰিষ্ঠতা।তচনচ হৈছিল বিৰোধী দল কংগ্ৰেছ। গুজৰাটত আপ জয়ী হ’লে মুখ্যমন্ত্ৰী ইছুদান গাদভী হ’ব বুলি…

কৰ্ণাটকত তচনচ হ’ব বিজেপি !

কৰ্ণাটকত বিজেপিৰ সন্মান ৰক্ষাৰ যুঁজৰ কি হ'ব? কৰ্ণাটকত বিজেপিয়ে ৰাখিব পাৰিবনে দলৰ সন্মান?বিজেপিৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কংগ্ৰেছৰ।কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশ ।কৰ্ণাটকত অহা ১০ মে’ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।ৰাজ্যখনত মুঠ ২২৪…

মুকলি বজাৰত SSCৰ প্ৰশ্নকাকত বিক্ৰী !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল।বিজেপি শাসিত ৰাজ্যবোৰ তো চলিছিল দুৰ্নীতি বিৰোধী শ্লোগান।'না খাওংগা,না খানে দুংগা' এইয়া কেৱল মোডী চৰকাৰৰ যে শ্লোগানহে আছিল ,সেয়া স্পষ্ট হৈছে…

বিজেপিৰ প্ৰেৰণা হনুমান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে বিজেপি দলৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে দলৰ কাৰ্যকৰ্তাক উদ্দেশ্যি হনুমানৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান জনায়।বৃহস্পতিবাৰে দলটোৱে ইয়াৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ সমান্তৰালভাৱে দেশজুৰি উদযাপিত হৈছে…

ধন নাই চৰকাৰৰ,সাংবাদিককো পিন্ধালে ‘টুপী

৩১ মাৰ্চৰ ভিতৰত প্ৰাপ্য ফেল'শ্বিপৰ ধন পাব বুলি আশা কৰিছিল সাংবাদিকসকলে। কিন্ত নাই, ফেল'শ্বিপ লাভ কৰা সাংবাদিকে নাপালে পাবলগীয়া বৃত্তিৰ ধন। সাংবাদিকক মিডিয়া ফেল'শ্বিপ দিয়াৰ নামত অসম চৰকাৰে সংঘটিত কৰিছে এই অদ্ভুত আজৱ কাণ্ড। গৱেষণা পত্ৰ জমা…

জেছনে পালে মাতৃক

ডিফুৰ ধনশিৰিৰ শিশুগৃহ Mission Concern ৰ ডেৰবছৰীয়া শিশু জেছনক আকোঁৱালি নিজৰ কৰি ললে এগৰাকী বিদেশী মহিলাই।জেছনে লাভ কৰিলে নিজাকৈ এগৰাকী মাতৃ। কণমানিটোৱে লাভ কৰিলে নতুন পৰিচয়। জেছন আজিৰে পৰা পৰিচিত হ'ব জেছন নেলহম নেলছন নামেৰে। কণমানি জেছনক এই…

লণ্ডনত উজ্বলিল পুথিচিত্ৰ

লণ্ডনৰ চিত্ৰ প্ৰদৰ্শনীত স্থান লাভ নগঞা শিল্পীৰ চিত্ৰকলাৰ।পুথিচিত্ৰই শুৱনি কৰিছে নেহৰু চেণ্টাৰৰ গেলাৰী।অসমৰ আন তিনি গৰাকী শিল্পীৰ পুথিচিত্ৰয়ো বুটলিছে সমাদৰ।ভাৰতৰ 'স্বাধীনতাৰ অমৃত মহোৎসৱ'ৰ সৈতে সংগতি ৰাখি লণ্ডনস্থিত ভাৰতৰ হাই-কমিছন আৰু…

কয়লাৰ ক’লাই ক’লা কৰিলে কংগ্ৰেছক

ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে 'কংগ্ৰেছ ফাইল'ৰ তৃতীয় খণ্ড মুকলি কৰে।বিজেপিৰ অভিযোগ বিগত ৭০ বছৰে কংগ্ৰেছে ৪৮,২০,৬৯,০০,০০,০০০ টকা জনতাৰ পৰা লুটিলে।দ্বিতীয়বাৰ ক্ষমতালৈ অহা এনডিএ চৰকাৰে ইউপিএক সমালোচনা কৰি কয় যে কংগ্ৰেছ দল ১ লাখ ৮৬ হাজাৰ টকাৰ…