সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপি দুফাল হ’ল তেলেংগানাত !

কৰ্ণাটকত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছত বিজেপিৰ লক্ষ্য হৈ পৰিছে দক্ষিণ ভাৰতৰ আন এখন ৰাজ্য তেলেংগানা।তেলেংগানাৰ দুৱাৰেৰেই বিজেপিয়ে পুনৰ দক্ষিণ ভাৰতত প্ৰৱেশৰ যোজা আৰম্ভ কৰিছে বিজেপিয়ে।কিন্তু কেচিআৰৰ দৰে প্ৰভাৱশালী নেতাক আঁতৰাই বিজেপিয়ে ক্ষমতা…

বহুত হ’ল ‘মোডী মেজিক’ !

কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয় আৰু কংগ্ৰেছৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাই উৎফুল্লিত কৰিছে বিজেপি বিৰোধী শিবিৰক।কংগ্ৰেছৰ পৰা নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰখা দলবোৰেও শেহতীয়াকৈ বিজেপি বিৰোধী শিবিৰত কংগ্ৰেছৰ নেতৃত্বত একেলগ হোৱাৰ পোষকতা কৰিছে।সৌ…

AAPৰ লক্ষ্য কিয় অখিল গগৈ?

সামাজিক মাধ্যম ফেচবুকত আৰম্ভ হৈছে বিধায়ক অখিল গগৈ আৰু আম আদমি পাৰ্টিৰ মাজত এক বিতৰ্ক।এই বিতৰ্ক আৰম্ভ হৈছে বিধায়ক অখিল গগৈয়ে দেওবাৰে ফেচবুকত দিয়া এটা প'ষ্টক লৈ। এই প'ষ্টটোৰ শিৰোনাম আছিল—''আম আদমি পাৰ্টি আৰু দেশৰ গণতন্ত্ৰৰ ভৱিষ্যৎ।”…

প্রধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰেই ১৬ মে’ৰ কথা লিখি ৰাখিছিল নে আপুনি?

সেয়া আছিল ২০১৪ চনৰ কথা !প্ৰধানমন্ত্ৰী মোডীয়ে কোৱা কেইটা ১৬ মে'ৰ প্ৰতিশ্ৰুতিৰ কথা মনত আছেনে আপোনাৰ? মোদীয়ে কোৱাৰ দৰে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিলে নে? প্ৰধানমন্ত্ৰী  মোদীয়ে সদম্ভে কোৱাৰ দৰে কেইটা ১৬ মে' পাৰ হ'ল মনত আছেনে বাৰু?  ২০১৪ চনৰ…

অসমৰ মুখ্যমন্ত্ৰী য’ত,বিসম্বাদ ত’ত !

তেলেংগানা বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ !চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তেলেংগানা এইবাৰ বিজেপি দলৰ অন্যতম লক্ষ্য।তেলেংগানাত বৰ্তমান শাসনত আছে ভাৰত ৰাষ্ট্ৰ সমিতি।কেচিআৰ এই দলৰ মূৰব্বী।বিগত দেওবাৰে বান্দীয়ে তেলেংগানাত…

চল চাই কঠীয়া পাৰিছে ড° হিমন্ত বিশ্ব শৰ্মাই !

'হিন্দু একতা যাত্ৰা'ত অংশ ল’বলৈ তেলেংগানাত কৰ্ণাটকৰ ফলাফল ওলোৱাৰ পিছদিনাই উপস্থিত হ’লগৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।ৰাজ্যখনত অনুষ্ঠিত হৈ থকা হিন্দু একতা যাত্ৰাত অংশ লৈ পুনৰ ধৰ্মক লৈ ভাষণ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।শৰ্মাই তেওঁৰ…

Big Exclusive : দুৰ্ঘটনা নে হত্যা !

৬ মে’ত লখিমপুৰৰ পৰা ৬ লাখ টকা আনিছিল জোনমণি ৰাভাই লখিমপুৰত জোনমণিৰ বিৰুদ্ধে ১৫ মে’ত ৰুজু হৈছিল গোচৰ ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৩৯৫ , ৩৯৭ , ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত গোচৰ কোনে লখিমপুৰলৈ প্ৰেৰণ কৰিছিল জোনমণি ৰাভাক ? কোনে জোনমণিৰ…

সিন্ধিয়াই বিজেপিত খান্দিছে সিন্ধি !

মাত্ৰ এটা নিশাতে এখন সংখ্যাগৰিষ্ঠ চৰকাৰৰ পতন ঘটিছিল মধ্য প্ৰদেশত। ২০২০ চনত চৰকাৰ ভঙা পতাৰ নাটকখন ৰচিত হৈছিল মধ্য প্ৰদেশৰ চম্বলত ! তাচপাতৰ দৰে খহি পৰিছিল কমল নাথৰ চৰকাৰ।মুঠ ২২গৰাকী বিধায়কে একেলগে এৰিছিল কংগ্ৰেছ দল।চম্বলবাসীৰ বাবে সেইটো আছিল…

‘এডিনা’ই সঁচা হ’ল কৰ্ণাটকত !

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ বিভিন্ন প্ৰতিষ্ঠানে চলোৱা সমীক্ষাই ভয়ংকৰ বিপৰ্যয়ৰ ইংগিত দিছিল বিজেপিক।বিভিন্ন নামীদামী প্ৰতিষ্ঠানৰ সমীক্ষাৰ তথ্যই টোপনি হৰিছিল বিজেপিৰ !কিন্তু এই সকলোবোৰ প্ৰতিষ্ঠানৰ ভিতৰত 'এডিনা' নামৰ তুলনামূলকভাৱে সৰু…

প্ৰাৰ্থী দিলে কিন্তু খাতাই খোল নাখালে আপৰ !

কৰ্ণাটক বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিক শোচনীয়ভাৱে পৰাভূত কৰি শাসনত বহিল কংগ্ৰেছ। শনিবাৰে ঘোষিত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে ১৩৫ খন আসনত বিজয়ী হৈ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটক…