‘পদুম’ বোকাত লুতুৰিপুতুৰি !

এটা সময় আছিল,সমগ্ৰ ভাৰতখনকেই গেৰুৱা দেখা গৈছিল।দেশৰ ৰাজনৈতিক মানচিত্ৰৰ ৫৩% আৱৰি ৰাখিছিল কেৱল গেৰুৱা ৰঙে।সেয়া আছিল বিজেপিৰ জয়জয়ময়ময় সময়ৰ কথা৷সময় সলনি হ’ল।সেই সময়ত কংগ্ৰেছ বা আন বিৰোধী দলৰ অধীনত আছিল ৪৬% অঞ্চল।সময় সদায় একে নাযায়।ক্ষমতা সদায় একে জনৰ হাতত নাথাকে…

‘ৰেড কাৰ্পেট’ত বিদ্ৰোহ !

বিদ্ৰোহৰ অন্য এক নাম কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট।কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট মানে এক অভিজাত আমন্ত্ৰণ।ৰেড কাৰ্পেটত খোজ দিবলৈকে কষ্টিউমৰ নামত খৰছ কৰে কোটি-কোটি টকা।ৰেড কাৰ্পেটত খোজ পেলাবলৈ কিমানৰ যে থাকে ক’ত হেঁপাহ ! কাঁ চলচ্চিত্ৰ মহোৎসৱ বুলিলেই এক…

গুৱাহাটী প্ৰেছ ক্লাৱত সংঘাত জৰ্জৰিত মণিপুৰত শান্তিৰ আহ্বানেৰে অনুষ্ঠিত হয় নাগৰিক সভা

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা কিছুদিনধৰি মণিপুৰত কুকী-মেইটেই জনগোষ্ঠীৰ মাজত হৈ থকা নৃগোষ্ঠীয় সংঘাটক লৈ শান্তিৰ আহ্বানেৰে এখন নাগৰিক সভা অনুষ্ঠিত হয়। মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে আয়োজক অংকুৰ তামুলী ফুকনে। দিল্লীৰ দি…

খেলক লৈ ‘যুদ্ধ’ ভাৰত পাকিস্তানৰ !

ক’ত অনুষ্ঠিত হ’ব এছিয়া কাপ?দুই মেৰুত ভাৰত-পাকিস্তান !এছিয়া কাপৰ সৈতে পাকিস্তানৰ কাষত বাংলাদেশ আৰু শ্ৰীলংকা! ৯ দিনত ১৮০ ডিগ্ৰী পৰিৱৰ্তন বাংলাদেশ আৰু শ্ৰীলংকাৰ!এছিয়া কাপ আৰু এদিনীয়া বিশ্বকাপ ক্ৰিকেটক লৈ ভাৰত-পাকিস্তান দুয়োখন দেশে বৰ্তমানলৈকে লিপ্ত হৈ আছে বাক-বিতণ্ডাত । কিয়নো ভাৰতে…

ন্যায়ালয়ক বশ কৰিবলৈ গৈ নিজেই ‘বশ’ হ’ল ৰিজিজু?

ন্যায়ালয়ক সন্তুষ্ট কৰিবলৈ কিৰেন ৰিজিজুৰ ক্ষমতা কৰ্তন নে ন্যায়ালয়ক বশ কৰিব নোৱাৰা বাবেই ক্ষমতাহীন হ’ল নেকি ৰিজিজু ?আইন মন্ত্ৰালয়ৰ পৰা আৰ্থ চায়েন্স পালে কিয় ৰিজিজুয়ে ?কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ হঠাৎ ক্ষমতা কৰ্তন ।অপ্ৰত্যাশিতভাৱে সলনি কৰা হ’ল আইন…

দিয়াই দিলে,নিয়াই নিলে,নপঢ়ে যি কৰে কৰক !

অসম চৰকাৰে জোৰকৈ জাপি দিয়া ইংৰাজী মাধ্যমৰ কিতাপ হাতত লৈ দিশহাৰা শিক্ষাৰ্থী! অসম চৰকাৰৰ জোৰ-জবৰদস্তিৰ নীতিত পনবন্দী শিক্ষাৰ্থী!ষষ্ঠ শ্ৰেণীৰ গণিত-বিজ্ঞানৰ ইংৰাজী পাঠ্যপুথিক কেন্দ্ৰ কৰি হাঁহাকাৰ!ইংৰাজী মাধ্যমৰ পাঠ্যপুথি বুজি নাপায় ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে! ইংৰাজী মাধ্যমৰ গণিত-বিজ্ঞানৰ পাঠ্যপুথি ওভোতাই নিয়াৰ দাবী! চৰকাৰে…

হিন্দুৱেহে প্ৰত্যাখ্যান কৰিলে বিজেপিক !

ধৰ্মৰ নামত ৯ টা বছৰ দিলে …আৰু ধৰ্ম ধৰ্ম কৰি সময় অপব্যয় নকৰে ভাৰতীয়ই !ধৰ্মৰ ৰাজনীতিয়ে আমুৱাইছে হিন্দুকো! হিন্দুত্ববাদী দলৰ ওপৰত বিশ্বাস নাই জনতাৰ প্ৰতি ৮৭ জন হিন্দুl ৫০ জনেই ভোট নিদিলে বিজেপিক !কৰ্ণাটকৰ ৬ কোটি ১১লাখ জনতাই বিজেপিক প্ৰত্যাখ্যান…

পাইলটক ‘পাইলট’ নবনায় কংগ্ৰেছে !

বহু জল্পনা কল্পনাৰ অন্তত কৰ্ণাটক বিজয়ৰ সপোন কংগ্ৰেছ দলে পূৰণ কৰিলে যদিও মুখ্যমন্ত্ৰী পদক লৈ টনাআজোঁৰা চলিছিল সিদ্দাৰামায়া আৰু কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰৰ মাজত৷বহু গুণাগঁথাৰ অন্তত মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামায়া আৰু উপমুখ্যমন্ত্ৰী হিচাপে ডি এ শিৱকুমাৰক নিৰ্বাচিত কৰা হ’ল।অহা ২০…

গোডী মেডিয়াৰ হিৰ’,বিদেশৰ মেডিয়াত জিৰ’ !

কৰ্ণাটকৰ পৰাজয়ে বিশ্বগুৰু নৰেন্দ্ৰ মোডীৰ স্থান একে কোবে বহু তললৈ অৱনমিত কৰিলে।কৰ্ণাটকৰ পৰাজয়ৰ পিছত বিশ্বৰ বিভিন্ন বিখ্যাত তথা জনপ্ৰিয় সংবাদমাধ্যমে যি শিৰোনামেৰে সংবাদ পৰিৱেশন কৰিছে ,সেইবোৰৰ প্ৰায়বোৰতেই প্ৰধানমন্ত্ৰী মোডী,ধৰ্ম আৰু সাম্প্ৰদায়িকতাক শিৰোনাম হিচাপে লৈয়ে বাতৰি পৰিৱেশন কৰা দেখা গৈছে।’নিউয়ৰ্ক টাইমচ’ত…

জৰা ফুকাও নকৰে,আজমলকো নালাগে ধুবুৰীত !

আজমলৰ জৰা ফুকাই কাম নিদিয়ে আগন্তুক নিৰ্বাচনত ।ধুবুৰীৰ পৰা আজমলক উৎখাতৰ সংকল্প কংগ্ৰেছৰ । পিছে ধুবুৰীত কাৰ কাৰ মাজত হ’ব প্ৰতিদ্বন্দিতা? ‘এতিয়া আৰু আজমলৰ জৰা ফুকা পানী নিবলৈ নাহে ধুবুৰীবাসী।আজমলে আনক দিয়ে জৰাফুকা পানী, নিজে সেৱন কৰে ঔষধ-ধুবুৰীৰ পৰা আজমলক…