‘পাপ্পু’ৱেই ‘পাপ্পু’ বনালে মোডী-শ্বাহক !

বিগত ১০ মে’ত অনুষ্ঠিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি ভৱাতকৈয়ো অধিক আসন লাভ কৰিলে কংগ্ৰেছে।ৰাজ্যখনৰ মুঠ ২২৪ খন আসনৰ ১৩৫ খন আসনত বিজয়ধ্বজা উৰুৱালে কংগ্ৰেছে।কংগ্ৰেছৰ এই বিজয় বিজেপিৰ বাবে একেবাৰে কল্পনাতীত আছিল।দক্ষিণ ভাৰতীয় ৰাজ্য কৰ্ণাটকতেই দখল থকা বিজেপিৰ…

অথলে গ’ল অসমৰ মুখ্যমন্ত্ৰীৰ ভাষণ !

নিৰ্বাচনলৈ মাজত মাত্ৰ ৩ টা দিন থকা অৱস্থাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদাত্ত ভাষণেৰে কংগ্ৰেছৰ শিৱ কুমাৰক টিপু চুলতানৰ বংশধৰ বুলি দাবী কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ বীজ সিঁচিছিল কৰ্ণাটকত ! কিন্তু কৰ্ণাটকৰ জনতাই ড° হিমন্ত বিশ্ব শৰ্মাৰ ভাষণক এখন…

কৰ্ণাটকেই ৰোধিলে মোদীৰ বিজেপিক

এখন তয়াময়া ৰণ।বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ ৰনডংকা বাজি উঠাৰ সময়তে কৰ্ণাটকত ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল বিজেপি। আভ্যন্তৰীণ কন্দল আৰু সংঘাতত জৰ্জৰিত বিজেপিৰ ভেঁটি খহি আহিছিল।কেৱল সেয়াই নে… কিয়নো ইজনৰ পাছত সিজনকৈ বিজেপি নেতাই দল এৰিছিল।ঠিক তেনেতে বিজেপিয়ে আৰম্ভ কৰিছিল এক নতুন…

সোণৰ খনিতেই সোণৰ কণী বিচাৰি পালে ৰাহুল গান্ধীয়ে !

ভুৱা প্ৰতিশ্ৰুতিত ভোল নগ’ল কৰ্ণাটকৰ জনতা ! বজৰংবলীয়েও বচাব নোৱাৰিলে বিজেপিক !সোণৰ খনিতেই লাগিছিল শনি !সোণৰ খনিয়েই আনিছিল কংগ্ৰেছৰ বিপৰ্যয়! কংগ্ৰেছৰ সোণালী যুগ আৰম্ভ সোণৰ খনিতেই! হয়,কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জীৱনলৈ আকস্মিকভাৱে পৰিবৰ্তন অনা স্থানডোখৰেই আছিল সোণৰ খনিৰ বাবে বিখ্যাত…

কৰ্ণাটকে কন্দুৱাব নেকি বিজেপিক?

বহু প্ৰতীক্ষিত কৰ্ণাটক নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পন্ন হ’ল ১০ মে’ত৷১৩ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা।ইতিমধ্যে কেইবাটাও সংস্থাই প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা।নিৰ্বাচনী সমীক্ষাবোৰে কংগ্ৰেছৰ বাবে ভাল দিনৰ ইংগিত দিছে৷তাৰ বিপৰীতে শাসক দল বিজেপিৰ বাবে অশুভ দিনৰ ইংগিত দিছে সমীক্ষাই।বিজেপিৰ মূল লক্ষ্য ২০২৪…

কি আছে বন্ধ খামত,টেনচন বিজেপিৰ !

আদানি হিণ্ডেনবাৰ্গ গোচৰৰ শুনানি পুনৰ অহা ১২মে’ত অনুষ্ঠিত হ’ব।উল্লেখ্য যে বিগত ২ মাৰ্চত উচ্চতম ন্যায়ালয়ে SEBI ক দুমাহৰ ভিতৰত আদানি গ্ৰুপে ষ্টকৰ মূল্য নিৰ্ধাৰণ কৰা বিষয়টো সম্পৰ্কত সঠিক তথ্য প্ৰমাণ দাখিলৰ নিৰ্দেশ দিছিল৷সৰ্বোচ্চ ন্যায়ালয়ে আনকি ভাৰতীয় বিনিয়োগকাৰী সকল যাতে কোনো…

কৰ্ণাটক হাৰিলে মোডীৰ মৰিব মুদা !

বিজেপি সাংসদৰ ৰোষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী!’ফেচিবাদী চৰকাৰ চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে’!দিল্লীৰ সংবাদ মাধ্যম নিয়ন্ত্ৰিত হয় প্ৰধানমন্ত্ৰী দপ্তৰৰ পৰা- এই অভিযোগ বিজেপি নেতাৰে।কৰ্ণাটক নিৰ্বাচনত পৰাজিত হ’লে সময় কঠিন হ’ব প্ৰধানমন্ত্ৰী মোডীৰ।বিজেপি সাংসদৰেই ৰোষত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিজেপিৰ ৬ বাৰৰ সাংসদ…

গভীৰ সংকটত ভাৰতৰ অৰ্থনীতি !

আকস্মিকভাৱে এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে ভাৰতৰ অৰ্থনীতি । ৰাছিয়াৰ সৈতে চলি থকা বাণিজ্যিক সম্পৰ্কই হঠাৎ ওলোটা মোৰ লোৱাৰ উপক্ৰম হৈছে । কিয়নো ভাৰতৰ টকা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ৰাছিয়াই । টকাৰ মূল্য ক্ৰমাৎ দুৰ্বল হৈ পৰাৰ পৰিণতিতেই ৰাছিয়াই এই…

হাতত নাই কণটো, বৰ সবাহলৈ মনটো বিজেপিৰ!

কান্ধত প্ৰচণ্ড ধাৰৰ বোজা কিন্তু সেইবোৰলৈ আওকাণ কৰি বিশ্ব অভিলেখৰ খদমদম বিজেপিৰ! হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত চলিল কেৱল অভিলেখ গঢ়াৰ বাহাৰ।১০মে’, ২০২১। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দখল কৰিছিল দিছপুৰ। দিশপুৰ দখল কৰিয়েই বিজেপিয়ে আৰম্ভ কৰিছিল প্ৰতিশ্ৰুতিৰ পাহাৰ। মূৰকত…

পুনৰ বিজেপিৰ ৰিজৰ্টৰ ৰাজনীতি কৰ্ণাটকত !

কৰ্ণাটকত বুধবাৰে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।মুঠ ২২৪ টা বিধানসভাৰ সমষ্টিৰ বাবে ১০ মে’ত নিৰ্বাচন অনুষ্ঠিত হয় কৰ্ণাটকত। কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যৱালাই নিজৰ টুইটাৰ একাউণ্টত কৰ্ণাটকৰ ডিজিপিক mention কৰি লিখিছে ‘এইটো এটা ভয়ংকৰ খবৰ !দুই নম্বৰী পথেৰে ধন সৰবৰাহ হৈছে নেকি কৰ্ণাটকত?কৰ্ণাটক…