চাকৰিৰ নামত ধন দিলে নেকি একাংশই ?

টকা দি চাকৰি পাইছে নেকি একাংশই? ৰাজ্য চৰকাৰে চাকৰি দিয়াৰ নামত মেগা নিযুক্তি উৎসৱ অনুষ্ঠিত কৰে বৃহস্পতিবাৰে।কিন্তু চাকৰি দিয়াৰ নামত কোনে সংগ্ৰহ কৰিলে ডেৰ কোটি টকা? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ নিকা নিযুক্তিৰ শ্ল’গান ভুৱা নেকি? চাকৰি দিয়াৰ নামত…

নিজে নাহাৰিলেও ,নেতাৰ সংঘাতে হৰুৱাব বিজেপিক !

মধ্য প্ৰদেশত বিধানসভাৰ নিৰ্বাচন সমাগত৷অহা নবেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব মধ্য প্ৰদেশত।কিন্তু আগন্তুক নিৰ্বাচনৰ আগলৈকে মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানৰ চৰকাৰ যে তিস্তি থাকিব পাৰিব,সেই বিষয়ত সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকে।আনকি মধ্যপ্ৰদেশ মন্ত্ৰীসভাত দেখা দিয়া শেহতীয়া খাম খেয়ালিয়ে অস্বস্তিত পেলাইছে প্ৰধানমন্ত্ৰী আৰু…

তাৰিখ মতেই উদ্বোধন হ’ব নে সাংসদ ভৱন?

নতুন সংসদ ভৱনৰ সৈতে কেনেকৈ জড়িত হ’ল ছাভাৰকাৰ? নতুন সংসদ ভৱনৰ উদ্বোধনকলৈ কিয় সৃষ্টি হৈছে বিতৰ্কৰ? উদ্বোধনী সমাৰোহত কিয় অংশ নলয় দেশৰ ১৯টা ৰাজনৈতিক দলে? সংসদ ভৱনকলৈ ৰাজনীতি কৰিছে নেকি বিজেপিয়ে? ২৮ মে’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ নতুন সংসদ…

৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত বিফল অসম চৰকাৰ! দ্য ক্ৰছকাৰেণ্টৰ সমীক্ষা

( এই প্ৰতিবেদন গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ছাত্ৰছাত্ৰীৰ সহযোগত এই প্ৰতিবেদন যুগুত কৰা হৈছে।) ৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত সফল হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰ।যি সময়ত ১ লাখ চাকৰি নিযুক্তিৰ…

চাফাই কৰ্মীৰ ‘চাফাই’, মুখৰ বচন নাৰাখিলে মুখ্যমন্ত্ৰীয়ে!

হিমন্ত বিশ্ব শর্মাই ষ্পষ্টভাবে চাফাই কর্মীসকলক উদেশ্যি কোৱা দেখা গৈছিল, “ তহঁতৰ চাকৰি হৈ গ’ল৷ ৬০ বছৰলৈ তহঁতৰ চাকৰি পাৰমানেন্ট৷”

কণা হাঁহক পতান দিছে মুখ্যমন্ত্ৰী শৰ্মাই !

১ লাখ নিযুক্তি কেতিয়া ? চৰকাৰৰ দুবছৰতো সম্পূৰ্ণ নহ’ল এক লাখ নিযুক্তি ! দুবছৰত নিযুক্তি লাভ ৮৬,৭৮২ গৰাকীৰ !মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতে ড° হিমন্ত বিশ্ব শৰ্মাই এবছৰত এক লাখ যুৱক-যুৱতীক গণি গণি চাকৰি দিব বুলি ঘোষণা কৰিছিল । অৱশ্যে মুখ্যমন্ত্ৰী…

দুফাল হ’ল ত্ৰিপুৰা বিজেপি !

ত্ৰিপুৰা বিজেপিত সংঘাত নতুন কথা নহয়।বাওঁ দলৰ চৰকাৰক ক্ষমতাৰ পৰা আঁতৰাই ২০১৮ চনত ত্ৰিপুৰা দখল কৰিছিল বিজেপিয়ে।প্ৰায় ২৫ বছৰীয়া CPI (M)ৰ একাধিপত্য শেষ কৰি বিপ্লৱ দেৱৰ নেতৃত্বত ক্ষমতালৈ আহিছিল বিজেপি ।আনকি ২০২৩ চনৰ বিধানসভাৰ নিৰ্বাচনতো CPI(M) দলে মাত্ৰ ১১খন আসনতে…

ধমক খালে আনন্দ মিশ্ৰই ?

এছ পি আনন্দ মিশ্ৰক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিলে ধমক !’চ’ছিয়েল মেডিয়াৰ ক্ৰেজিনেছ এৰক৷আদৰ্শ আৰক্ষী হিচাপে আত্মনিয়োগ কৰক’- এই নিৰ্দেশ মুখ্যমন্ত্ৰী শৰ্মা।লখিমপুৰ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক লৈ তোলপাৰ চ’ছিয়েল মেডিয়া ।কোনোবাই যদি গামোচা পিন্ধাইছে , কোনোবাই চেলফি…

২০ হাজাৰেহে পাব নিযুক্তি !

‘যদি সাহস আছে, ৪৪,৭০৩ গৰাকী নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰক মুখ্যমন্ত্ৰীয়ে!২৫ মে’ত নিযুক্তি পাব ২০ ৰ পৰা ২৫ হাজাৰ মানুহে !অসম আত্মনিৰ্ভৰশীল হোৱাৰ কথা আছিল ৷খাদ্য শস্য, মাছ, মুৰ্গী, গাহৰি, গাখীৰ, উদ্যান শস্যত অসমক বানমুক্ত কৰিবলৈ কোৱা হৈছিল…

ট্ৰেইন টু হাইদৰাবাদঃ উদং হৈছে অসমৰ শ শ গাঁও

২৫ মে’, গুৱাহাটী ২১ মে’ ২০২৩, দেওবাৰ৷ গুৱাহাটী ৰেলৱে ষ্টেচনৰ ৪ নম্বৰ প্লেটফর্মত হাইদৰাবাদ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈ আছে ১৫৪০৩৯ নম্বৰৰ ৰে’লখন৷ পূৱা ৬ বজাত সেইখন ৰে’লত উপস্থিত হ’লগৈ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি৷ গুৱাহাটী-হাইদৰাবাদ অভিমুখী ৰে’লৰ দবাই দবাই ‘দ্য ক্ৰছকাৰেণ্ট’ৰ…