সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দুবছৰলৈ নোলায় ক’ৰোনাৰ ভেকছিন৷-ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই

দুবছৰলৈ ক’ৰোনা ভাইৰাছৰ ভেকছিন প্ৰস্তুত হোৱা কোনো সম্ভাৱনা নাই৷ সেইবাবে দেশসমূহে ভাইৰাছৰ লগত দীঘলীয়া সময় একেলগে বাস কৰিবলৈ সাজু হোৱা উচিত৷ -এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ কংৰোনা সংক্ৰান্তীয় বিশেষ দূত ডেভিড নাবাৰোৰ৷’দ্য ইণ্ডিয়ান…

ক’ৰোনা: ভাৰতত এদিনত আক্ৰান্ত ৪,২১৩

ক’ৰোনা সংক্ৰমনৰ ক্ষেত্ৰত কালিৰ দিনটো ভাৰতৰ বাবে আছিল অত্যন্ত চিন্তনীয়৷ • এদিনত দেশত সৰ্বাধিক লোক আক্ৰান্ত হয় দেওবাৰৰ দিনটোত৷ বিগত ২৪ ঘন্টাত ভাৰতত ৪,২১৩ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ মৃত্যু হ’ল ৯৭ গৰাকী ৰোগীৰ৷ • ভাৰতত মুঠ আক্ৰান্তৰ…

আজিৰ দিনটোৰ জন আব্ৰাহামৰ জীৱনত আছে সুকীয়া গুৰুত্ব

আজি ১১ মে’ ৷ এই দিনটোৰ অভিনেতা জন আব্ৰাহামৰ জীৱনত আছে সুকীয়া গুৰুত্ব৷ কিয় জন আব্ৰাহামৰ বাবে আজিৰ দিনটোৰ সুকীয়া তাৎপৰ্য আছে ,সেয়া জনাৰ আগতে ইতিহাসত ১১ মে’ৰ দিনা সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে জানি লও আহক- ১৭৮৪- ইংৰাজ শাসক আৰু টীপু চুলতানৰ…

চলাচল আৰম্ভ হ’ব যাত্ৰীবাহী ৰেলৰ ! কৰপৰা কেনেকৈ পাব টিকট ?

চলাচল আৰম্ভ হ’ব যাত্ৰীবাহী ৰেলৰ কৰপৰা কেনেকৈ পাব টিকট কেতিয়া আৰম্ভ হ’ব বুকিং ভাৰতীয় ৰেলৱে আৰম্ভ কৰিব লৈছে যাত্ৰীবাহী ৰেল সেৱা ৷ ১২ মে’ৰ পৰা চলিব বিশেষ ৰেল ৷ প্ৰথম ১৫ খন ৰেল চলিব নিউ দিল্লী ষ্টেচনৰ পৰা ৷ ট্ৰেইন চলিব ক্ৰমে ডিব্ৰুগড় ,…

প্ৰতিদিনে ৩০০ ‘শ্ৰমিক স্পেচিয়েল’ ৰেল চলাবলৈ সাজু – কেন্দ্ৰ

ৰেলমন্ত্ৰী পীযুষ গোৱেলে দেওবাৰে সকলো ৰাজ্যকে প্ৰবাসী শ্ৰমিকক লৈ অহা ৰেল নিজ নিজ ৰাজ্যত প্ৰৱেশত অনুমতি দিবলৈ আহ্বান জনাইছে,যাতে অহা ৩-৪ দিনত শ্ৰমিকসকল নিজ নিজ ঘৰত উপস্থিত হয়৷ টুইট কৰি পীযুষ গোৱেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

ক’ৰোনাত আক্ৰান্ত চীনৰ গুৱাংঝৌলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানচালক

এয়াৰ ইণ্ডিয়াৰ ৫জন বিমানচালক আৰু ২ জন টেকনিচিয়ানসহ মুঠ ৭জনৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বিমান উৰণৰ ৭২ ঘণ্টাৰ পূৰ্বে কৰা পৰীক্ষণত ধৰা পৰিছে এই কথা। ইয়াৰ পিছতেই তেঁওলোকক কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰকাশিত খবৰ অনুসৰি…

‘দোকানত কোনো মুছলমান কৰ্মী নাই’ বিজ্ঞাপন দি গ্ৰেপ্তাৰ বেকাৰিৰ মালিক

'জৈন বেকাৰছ্ এণ্ড কনফেকছনাৰিজ'৷ চেন্নাইৰ টি নগৰৰ এখন বেকাৰি। বেকাৰিৰ স্বত্ত্বাধিকাৰীয়ে দোকানৰ সন্মুখত আঁৰি দিয়ে এক বিজ্ঞাপনৰ হ'ৰ্ডিং। বিজ্ঞাপনটোত কোৱা হয় -'জৈন কৰ্মীয়ে খাদ্য প্ৰস্তুত কৰে। দোকানত কোনো মুছলমান কৰ্মী নাই'। কিন্তু কিয় বেকাৰীৰ…

১৭ মে’ৰ পাছত আৰু কিমান দিন লকডাউন?

লক্ ডাউন পুনৰ বৃদ্ধি হ'ব নেকি? নে অহা দেওবাৰেই শেষ হ'ব দেশজোৰা লক্ডাউন? ৰেড,অ'ৰেঞ্জ আৰু গ্ৰীণ জ'নৰ পৰিৱৰ্তে অন্য পদ্ধতিৰে কোভিড-১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হ'ব নেকি? এনে বহু প্ৰশ্নৰ মাজতেই কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ'…

মাতৃ দিৱসত শচীন টেণ্ডুলকাৰে “আই”ক দিলে নতুন মর্যাদা

মাতৃ দিৱস উপলক্ষে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে নিজ মাতৃক লৈ এটা বিশেষ টুইট কৰিছে। টুইটত টেণ্ডুলকাৰে লিখিছে-"আপুনি মোৰ বাবে আই কাৰণ,মোৰ সকলোবোৰৰ আঁৰত থকা আপুনি আশ্চৰ্যজনক আৰু অপূৰণীয়। মোৰ বাবে কৰা সকলোখিনি কষ্টৰ বাবে ধন্যবাদ।" এইদৰেই…