ক’ৰোনা : ১ লাখৰ সংখ্যা অতিক্ৰম কৰাৰ দিশে ভাৰত

ভাৰতত যোৱা দুদিন ধৰি ১০.৫ % হাৰত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ আজি পুৱাৰ ভাগলৈ দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ৮১,৯৭০ ৷ যোৱা বুধবাৰে এই সংখ্যা আছিল ৭৪,২৮১ ৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি পুৱা এই তথ্য প্ৰকাশ কৰিছে৷ যদি একেই হাৰত…

আজি ১৫ মে’ পৰিয়ালৰ সৈতে কটোৱাৰ দিন কিয়?

আজি ১৫ মে’৷ আজি আন্তৰ্জাতিক পৰিয়াল দিৱস৷ একাকীত্বৰ পৰা মুকলি হৈ আজি পৰিয়ালৰ সৈতে কটোৱাৰ দিন৷ ১৯৯৪ ত ৰাষ্ট্ৰসংঘই এই দিনটোক পৰিয়াল দিৱস হিচাপে ঘোষণা কৰে৷ ১৯০৭: শ্বহীদ ভগত সিঙ আৰু ৰাজগুৰুৰ লগত হাঁহি হাঁহি ফাঁচী কাঠত ওলোমা সুখদেৱৰ জন্ম৷…

হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত শংকৰদেৱ বিষয়ক প্রৱন্ধ অন্তৰ্ভুক্ত হোৱাৰ বাতৰি ভুৱা

কেইদিনমানৰ আগতে অসমৰ বাতৰিকাকত আৰু নিউজ চেনেলসমূহত প্ৰকাশ পাইছিল এটা ভাল খবৰ। এই ভাল খবৰটো আছিল যে অসমৰ এজন শিক্ষাবিদে শংকৰদেৱৰ বিষয়ে লিখা ৰচনা এখন অন্তৰ্ভুক্ত হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্ম বিষয়ক পাঠ্যক্ৰমত।অসমৰ লগতে সৰ্বভাৰতীয় সংবাদমাধ্যমসমূহতো এই বাতৰিটোৱে প্ৰাধান্য পাইছিল। শিক্ষাবিদ…

বিত্তমন্ত্ৰী নির্মলা সীতাৰমনৰ সংবাদমেলৰ ৫ টা ডাঙৰ ঘোষণা

১) বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে ঘোষণা কৰে পৰৱর্তী দুমাহলৈ সকলো প্ৰবাসী শ্ৰমিকে লাভ কৰিব বিনামূলীয়া ৰেচন ৷ খাদ্য সুৰক্ষা আইনৰ অধীনৰ আওতাত নহা সকলেও লাভ কৰিব এই বিনামূলীয়া ৰেচন৷ ৰেচন কার্ড নাথাকিলেও নহ’ব কোনো সমস্যা৷ ইয়াৰ বাবে ৩,৫০০ কোটি টকাৰ বাজেট…

বিত্তমন্ত্ৰী নির্মলা সীতাৰমনৰ সংবাদমেলৰ ৫ টা ডাঙৰ ঘোষণা

১) বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে ঘোষণা কৰে পৰৱর্তী দুমাহলৈ সকলো প্ৰবাসী শ্ৰমিকে লাভ কৰিব বিনামূলীয়া ৰেচন ৷ খাদ্য সুৰক্ষা আইনৰ অধীনৰ আওতাত নহা সকলেও লাভ কৰিব এই বিনামূলীয়া ৰেচন৷ ৰেচন কার্ড নাথাকিলেও নহ’ব কোনো সমস্যা৷ ইয়াৰ বাবে ৩,৫০০ কোটি টকাৰ বাজেট…

ক’ৰোণাত আক্ৰান্ত হৈও হেৰুওৱা নাই সাহস,এৰা নাই শিক্ষকতা

ক’ৰোণাত আক্ৰান্ত হৈও হেৰুওৱা নাই সাহস, এৰা নাই শিক্ষকতা ৷ উৎসাহৰ প্ৰতীক হৈ উঠিছে এগৰাকী স্কুল শিক্ষক ৷ লাডাখৰ এগৰাকী শিক্ষক ৷ নাম কিফায়ত হুছেইন ৷ লেহ জিলাৰ লেমডন মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গণিতৰ শিক্ষক ৷ এইগৰাকী ক’ৰোণাক্ৰান্ত শিক্ষক এতিয়া…

লেবৰেটৰীৰ পৰা সৃষ্টি হৈছে ক’ৰোণা ভাইৰাছ, প্ৰাকৃতিক নহয়ঃ গাডকাৰী

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত হোৱা এক সাক্ষাতকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী নিতিন গাডকাৰীয়ে ক’ৰোণা ভাইৰাছৰ সৈতে সহৱস্থান কৰিবলৈ শিকাৰ কথা প্ৰকাশ কৰে। সাক্ষাত্কাৰত তেওঁ ইয়াকো কয় যে ক’ৰোণা ভাইৰাছ প্ৰাকৃতিক ভাইৰাছ নহয়। ইয়াক তৈয়াৰ কৰা গৈছে। এই ভাইৰাছ লেবৰেটৰীৰ পৰা সৃষ্টি হৈছে। বিশ্বৰ…

এখন বজাৰৰ পৰাই সংক্ৰমিত হ’ল ২,৬০০ গৰাকী!

জনবহুল বজাৰত হোৱা ভিৰে ক’ৰোণাৰ সংক্ৰমন কি পর্যায়লৈ নিব পাৰে,তাৰ উদাহৰণ হ’ল, তামিলনাডুৰ পাইকাৰী বজাৰ কোয়মবেদু৷ এইখন পাইকাৰী বজাৰত সন্দেহজনকসকলক টেষ্ট কৰাৰ পিছত আহিছে ২,৬০০ জনৰ পজিটিভ ৰিপ’র্ট৷ বহুজনৰ ৰিপ’র্ট আহিবলৈ এতিয়াও বাকী৷ গতিকে সংক্ৰমনৰ সংখ্যা আৰু বঢ়াতো নিশ্চিত৷ চৰকাৰে…

অসমত আৰু ৭ জন ক’ৰোনাত আক্ৰান্ত

মুম্বাইৰ পৰা অহা অহা ৪ গৰাকী ৰোগী আৰু ৩ গৰাকী ৰোগীৰ আত্মীয় ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰিছে এই কথা৷ আক্ৰান্ত লোককেইজনৰ মাজত এজন ১৩ বছৰীয়া কিশোৰো আছে৷ আন তিনি গৰাকী কৰ্কট ৰোগী মনোৰঞ্জন সাহা,প্ৰদীপ বণিয়া,গোপীন্দ্ৰ…