সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমত আৰু ৭ জন ক’ৰোনাত আক্ৰান্ত

মুম্বাইৰ পৰা অহা অহা ৪ গৰাকী ৰোগী আৰু ৩ গৰাকী ৰোগীৰ আত্মীয় ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰিছে এই কথা৷ আক্ৰান্ত লোককেইজনৰ মাজত এজন ১৩ বছৰীয়া কিশোৰো আছে৷ আন তিনি গৰাকী কৰ্কট ৰোগী মনোৰঞ্জন সাহা,প্ৰদীপ বণিয়া,গোপীন্দ্ৰ মালাকাৰ আৰু ৰোগীৰ আত্মীয় বাসুদেৱ পাটোৱাৰী, নীলকান্ত দেৱ ,মিনাৰাণী বণিয়াৰ দেহত ধৰা পৰিছে ক’ভিড ১৯ ৰ উপস্থিতি৷ৰাজ্যত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৮৬৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.