প্ৰব্ৰজন আৰু অসম

“এবাৰ কথা প্ৰসংগত এগৰাকী মুছলিম বন্ধুৱে কৈ উঠিছিল-অসমত মুছলিম হৈ জন্ম হোৱাতকৈ পাপ নাই। বুকুখন মোচৰ খাই উঠিছিল।” অসমৰ প্ৰব্ৰজনৰ সমস্যাৰ ওপৰত এই বিশেষ লেখা শাশ্বতী সভাপণ্ডিতৰ প্ৰকৃততে কেইটামান পৃষ্ঠাৰ আৱেষ্টনিত প্ৰব্ৰজনৰ দৰে নিৰবচ্ছিন্ন প্ৰক্ৰিয়া এটা সামৰি ৰখা সম্ভৱ নহয়।অতীজৰে…

আজি ১৭ মে’ : ন’ ৱান কিল্ড পৰাগ…

আজি ১৭ মে’৷ ১৯৯৬ চনৰ আজিৰ এই দিনটোতে মহানগৰীৰ ৰাজপথত মুকলিকৈ গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক পৰাগ কুমাৰ দাসক৷ সকলোৱে দেখিছিল বন্দুকধাৰী আততায়ীয়ে গুলীয়াইছে পৰাগ কুমাৰ দাসক ৷ অভিযুক্তৰ নামো মুকলিকৈ উচ্ছাৰিত হ’ল৷ বিচাৰৰ ভাৰ দিয়া হ’ল চি বি আইক…

১০০ লৈ অলপ বাকী: কাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ অনুৰোধ?

অসমত কালি নিশাৰ ভিতৰত পৰিস্থিতিৰ আকস্মিক অৱনতি ঘটে ৷ নিশাৰ ভিতৰত ৪ গৰাকী নতুন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ইয়াৰে দুগৰাকী গুৱাহাটীৰ,এগৰাকী শোনিতপুৰৰ আৰু আনগৰাকী শিৱসাগৰৰ৷ এইদৰে নিশাটোৰ ভিতৰত অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা…

ভাৰতত ক’ৰোনা:২৪ ঘন্টাত সৰ্বাধিক লোক আক্ৰান্ত

• ভাৰতত শণিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হয়৷ যোৱা ২৪ ঘন্টাত দেশত মুঠ ৪,৯৮৭ গৰাকী লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হয়৷ ইয়াকে লৈ ভাৰতত এতিয়া মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৯০,৯২৭৷ • যোৱা ২৪ ঘন্টাত মৃত্যু হ’ল ১২০ গৰাকী…

ৰাতিটোৰ ভিতৰতে আকৌ এজন বাঢ়িল,শিৱসাগৰত প্ৰথম

নতুন নতুন ঠাইৰ পৰা খবৰ আহিছে ৷ অসমত আকৌ এগৰাকী বাঢ়িল ক’ৰোণা ৰোগী ৷ এইবাৰ খবৰ আহিছে শিৱসাগৰৰ পৰা ৷ অসমত ক’ৰোণা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৫ ৷ পুৱতি নিশা  প্ৰায় ২ বজাত টুইটযোগে জনালে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ এইমাত্ৰ…

৯২ৰ পৰা ৯৪ হ’ল ক’ৰোণা আক্ৰান্তৰ সংখ্যা, এইবাৰ গুৱাহাটীত

পুনৰ বাঢ়িল ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷বেয়া খবৰৰ উপৰি পুনৰ বেয়া খবৰ ৷পুনৰ ২জন ক’ৰোণা ৰোগী  চিনাক্ত হ’ল অসমত৷ ৷দুয়োগৰাকী নতুন ক’ৰোণা ৰোগী গুৱাহাটীৰ ৷ জনালে শেহতীয়া টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্বই ৷ শেহতীয়া আপডেট অনুসৰি ক’ৰোণা ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৯৪…

অসমত আৰু এজন :ক’ভিড আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ

অসমত বাঢ়ি আছে ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷মাজনিশা আহিল আকৌ বেয়া খবৰ ৷ শোণিতপুৰৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল ক’ৰোণাৰ বীজাণু ৷মাজনিশা টুইট কৰি জনালে মন্ত্ৰী হিমন্ত বিশ্বই ৷এইগৰাকী ৰোগীৰে সৈতে ক’ৰোণাত অসমত আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ ৷ Click here…

চিনেমা হল অতীত হ’ল নেকি ? কোন কেইখন চিনেমাই মুক্তি পাব আপোনাৰ মোবাইলত ?

লকডাউনৰ বাবে কি দহখন নতুন চিনেমা মুক্তি পাব ডিজিটেল মাধ্যমত ? ক’ৰোনাৰ আতংকৰ মাজতে প্ৰায় দুমাহ ধৰি লকডাউন চলিছে দেশত ৷ দেশৰ প্ৰায় সকলোধৰনৰ উদ্যোগ বাণিজ্যৰ ওপৰত পৰিছে মাধমাৰ ৷ অৱধাৰিতবাবেই অভাৱনীয় ক্ষতিৰ মুখামুখি হৈছে চিনেমা উদ্যোগ ৷সমস্ত বিনিয়োগৰ পিছত…

২০লাখ কোটি টকাৰ পেকেজ- এটা টকাও খৰচ নকৰাকৈ কৃষকক সাহাৰ্য দিছে চৰকাৰে !

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২০লাখ কোটি টকাৰ পেকেজৰ কথাটো এতিয়া সৰ্বজনবিদিত । কিন্তু তাৰ পাছতেই এই পেকেজক লৈ সচেতন মহলত ভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে। চৰকাৰৰ নিজা টকা কিমান এই পেকেজত সংলগ্ন আছে তাকে লৈ সৃষ্টি হৈছে যথেষ্ট বিতৰ্কৰ। শুক্ৰবাৰে…

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজিৰ ঘোষণাৰ সবিশেষ…

উদ্যোগৰ অনুকূল পৰিৱেশৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ তালিকা প্ৰস্তুত কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চতুৰ্থ পৰ্যায়ৰ ঘোষণাত প্ৰকাশ কৰিছে এই কথা। বিত্তমন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি বিনিয়োগৰ বাবে অনুকূল পৰিবেশৰ ভিত্তিত উদ্যোগখণ্ডসমূহৰ তালিকা প্ৰস্তুত কৰা হৈছে। উদ্যোগসমূহৰ আন্তঃগাঁঠনিৰ মানদণ্ড উন্নত কৰাই মূল লক্ষ্য…