ভাৰতত এদিনতে ৫০০০+: ক’ৰোনাই লৈছে কালৰূপ

ভাৰতত ক’ৰোনাৰ সংক্ৰমন দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ পৰিছে ৷ দেওবাৰৰ দিনটোত দেশত নতুনকৈ ৫২৪২ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ ইয়াকে লৈ ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৬,১৬৯ ৷ এদিনত হোৱা সংক্ৰমন এয়াই সৰ্বাধিক ৷ ইফালে ,যোৱা…

মানস ৰবীনে তেলেংগনাৰ পৰা কেনেকৈ ঘূৰাই আনিলে অসমৰ ৪১ জন যুৱকক?

প্ৰায় এটা সপ্তাহৰ পূৰ্বে গতানুগতিক ভাবে অসমৰ জনপ্ৰিয় শিল্পী মানস ৰবীনলৈ এটা মেছেজ আহিল।মেজেছটো আছিল তেলেংগনাত আবদ্ধ অসমৰ কেইজনমান যুৱকৰ।মেজেছটো পাই মানস ৰবীনে যুৱক কেইজনৰ লগত ফোনযোগে যোগাযোগ কৰিলে। তেওঁলোকে জনালে,অসমৰ বহুকেইজন যুৱক বৰ্তমান তেলেংগনাত আবদ্ধ।মাৰ্চ,এপ্ৰিলৰ দৰমহাৰ টকা ইতিমধ্যে শেষ…

নতুনকৈ ৩ জন :১০০ চুলে অসমৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই

অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ১০০ চুলে৷ নতুনকৈ ৩ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ দুগৰাকী মুম্বাই আৰু এগৰাকী বিহাৰৰ পৰা অহা লোক ৷আটাইকেইগৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে৷ সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ Alert ~ Three persons are tested…

এজন অসমীয়া বিষয়াৰ কৰ্তব্যনিষ্ঠা

চৰকাৰী বিষয়া বুলি ক’লেই বহুতৰে নাক কোচ খাই আহে৷ সাধাৰণ মানুহৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ , ৰঙা ফিটাৰ মেৰপেছ – বেছিভাগ মানুহৰে চৰকাৰী বিষয়াৰ লগত অভিজ্ঞতা মধুৰ নহয় ৷ কি্ন্তু তাৰ মাজতো আছে বিৰল ব্যতিক্ৰম৷ তেনে এগৰাকী বিষয়া হ’ল মুম্বাইত অসম…

লকডাউন-৪ ৰ জাননীৰ সবিশেষ

অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ দেশত ৩১ মে’লৈকে বৃদ্ধি কৰা হ’ল লকডাউন ৷ কেন্দ্ৰীয় চৰকাৰে আজি ৰাজ্যসমূহক ৩১ মে’ পৰ্যন্ত লকডাউন বলবৎ কৰাৰ নিৰ্দেশ দিছে৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে কিছু সময় পূৰ্বে আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে৷ জাৰি কৰা জাননী অনুসৰি-…

ন্যায় ব্যৱস্থা এতিয়া ধনীৰ পক্ষত : এজন ন্যায়াধীশৰ স্বীকাৰোক্তি

ভাৰতীয় ন্যায় ব্যৱস্থা এতিয়া দুখীয়াৰ বিৰুদ্ধে আৰু ধনীৰ পক্ষত থিয় দিছে৷ কিন্তু বাস্তৱত এয়া বিপৰীত হোৱা উচিত৷ কাৰণ , দুখীয়াকহে অধিক নিৰাপত্তৰ প্ৰয়োজন ,ধনীক নহয়৷- এজন ন্যায়াধীশৰ মুকলি স্বীকাৰোক্তি এয়া৷ অলপতে উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশ দীপক গুপ্তাই…

আকৌ এজন ক’ৰোনাত আক্ৰান্ত: অসমত ৯৭ লৈ বৃদ্ধি

অসমত পুনৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৷ কাছাৰৰ এগৰাকী ২৮ বছৰীয়া ব্যক্তি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ কালি তেওঁ চেন্নাইৰ পৰা আহিছিল৷ সম্প্ৰতি আক্ৰান্ত ব্যক্তিজন শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ৷ ইয়াকে লৈ অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৯৭ লৈ বৃদ্ধি…

এখন ফটো,এজন মানুহ আৰু এটা কাহিনী…

ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এখন ফটো৷ কালি পিটিআইৰ জড়িয়তে আহিল সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ৷ সকলোৰে চকু থৰ হৈ ৰ’ল৷ ফোনত কাৰোবাৰ সৈতে কথা পাতি থকা এজন মজদুৰ,ক্ৰন্দনৰত মুখায়ব৷ কি কথা পাতিছে তেওঁ ?ফোনৰ সিপাৰত কোন আছে? আৰম্ভ হ’ল অনুসন্ধিৎসা,অনুসন্ধান৷ অৱশেষত…

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ আজিৰ সংবাদমেলৰ ৫ টা বিশেষ ঘোষণা

‘আত্মনিৰ্ভৰ ভাৰত’ ২০ লাখ কোটি টকাৰ পেকেজৰ আজি পঞ্চম পৰ্যায়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে ব্যাপক হাৰত কমিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আয়। থোৰতে জানি লওঁ আহক আজিৰ বিত্তমন্ত্ৰীৰ সংবোাদমেলৰ ৫ টা বিশেষ ঘোষণা- ১) আজি স্বা্স্থ্য, শিক্ষা আৰু বাণিজ্য…

অসমত ৯ বছৰীয়া শিশুৰ দেহত ক’ৰোনা

অসমত এইবাৰ ৯ বছৰীয়া শিশুৰ দেহলৈ সংক্ৰমিত হ’ল ক’ৰোনা৷ আক্ৰান্ত শিশুটি যোৰহাটৰ ৷ শিশুটি শেহতীয়াকৈ দিল্লীৰ পৰা অসমলৈ আহিছিল৷ তেওঁৰ নাম ফাৰহান আখটাৰ ৷ ঘৰ যোৰহাট টাউনৰ ৩ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে৷ বৰ্তমান অসমত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা…