১৩ মে’ , লালকিল্লা আৰু লাৰা দত্ত

আজি ১৩ মে’।ইতিহাসত আজিৰ দিনটোৰ কি গুৰুত্ব জানি লওঁ আহক- ১৬৪৩:চিলিত হোৱা ভূমিকমপত ছান্টিয়াগো চহৰৰ এক তৃতীয়াংশ লোকৰ মৃত্যু। ১৬৪৮:দিল্লীৰ লালকিল্লাৰ নিৰ্মাণ সম্পূৰ্ণ। ১৯৬২: সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ দ্বিতীয়বাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত। ২০০০: ভাৰতীয় সুন্দৰী লাৰা দত্তই মিছ ইউনিভাৰ্ছ খিতাপ লাভ…

লকডাউন বৃদ্ধিৰ লগতে ২০ লাখ কোটি টকাৰ আর্থিক প্যাকেজ ঘোষণা- প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বক্তব্য: • ভাৰতবাসীৰ প্রতিজন নাগৰিকৰ প্রতি আমাৰ আহ্বান, স্বনির্ভৰ ভাৰত গঢ়ি তোলক • চতুর্থ দফাৰ লকডাউন সম্পূৰ্ণ ভিন্ন হব • কৰোনাভাইৰাচ দীর্ঘদিন আমাৰ মাজত থাকিব • ২০ লাখ কোটি টাকাৰ আর্থিক প্যাকেজ ঘোষণা, এই পৰিমান জিডিপিৰ প্রায়…

ক’ৰোণাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দহটা বাছকবনীয়া মন্তব্য

মহামাৰীক লৈ মনৰ কথা প্ৰকাশ কৰাৰ ক্ষেত্ৰত কেতিয়াও পিছ হুহুকি অহা নাই ড’নাল্ড ট্ৰাম্প। পৃথিৱী যেতিয়াৰ পৰাই ক’ৰোণাৰ গ্ৰাসত সোমাল তেতিয়াৰ পৰাই সময়ে-অসময়ে মনৰ কথা প্ৰকাশ কৰি আহিছে ট্ৰাম্পে। কীটাণুনাশক ইনজেকশ্যন দিয়াৰ পৰা আৰম্ভ কৰি গৰমত ক’ৰোণা মৰালৈকে,আমেৰিকাৰ ৰাষ্ট্ৰপতিড’নাল্ডট্ৰাম্পেদি গৈছে…

২ ঘণ্টাৰ ভিতৰত বিক্ৰী ১০ কোটি টকাৰ টিকট

লকডাউনত দেশজুৰি শ্ৰমিকসকল পৰিছে চৰম দুৰৱস্থাত৷ ঘৰলৈ ঘুৰি যাব বিচৰা শ্ৰমিকসকল মাইলৰ মাইলৰ খোজকাঢ়িব লগা হৈছে৷ অৱশেষত ব্যৱস্থা হ’ল শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ৷ টিকটৰ ৮৫ % কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বুলি কৈছিল যদিও প্ৰকাশিত বিভিন্ন খবৰ অনুসৰি শ্ৰমিকসকলে নিজেই কাটিব লগা…

এই দৃশ্য দেখি কিয় মনত পৰে আয়লান কুর্দিলৈ?

আয়লান কুর্দিক মনত আছে? ছিৰিয়াৰ এক তিনিবছৰীয়া কনমানি, যাৰ সমুদ্ৰতীৰত পৰি থকা ছবি দেখি কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেতিয়াই, অলকায়দাৰ হাতৰ পৰা বাচিবলৈ ইৰাক,ছিৰিয়াৰ লাখ লাখ বিপন্ন শৰণার্থীয়ে কিদৰে ইউৰোপৰ বিভিন্ন দেশলৈ যাব লগা হৈছে, তাৰ আচল ছবিখন বিশ্ববাসীয়ে দেখিছিল৷…

পুনৰ আগ্ৰাসী ‘ৰঙা চীন’, সীমান্ত কঁপাই উৰি গ’ল ভাৰতীয় যুদ্ধবিমান

পুনৰ আগ্ৰাসী ‘ৰঙা চীন’৷ এইবাৰ লাডাখৰ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিলে চীনা সৈন্যৰ যুদ্ধবিমানে৷ লগে লগে সম্ভাব্য আক্ৰমন প্ৰতিহত কৰিবলৈ উৰা মাৰে ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক’চুখই’ যুদ্ধবিমান৷ সেনা সূত্ৰ অনুসৰি যোৱা সপ্তাহত লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত হঠাৎ দেখা গ’ল কেইবাখনো চীনা সৈন্যৰ…

ধৰা পৰিল ক’ৰোণা আক্ৰান্ত

ক’ৰোণা সোমাই পৰিছে এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত। ফলাশ্ৰুতিত দুদিনৰ বাবে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়। এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ এগৰাকী পিয়নৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে। তাৰবাবেই লোৱা হৈছে এই সাৱধানতামূলক পদক্ষেপ। বৰ্তমান ঘৰৰ পৰাই…

প্ৰয়োজন সৰ্বাত্মক নজৰদাৰীঃ লক্ ডাউন শিথিল কৰাক লৈ সতৰ্কতা WHOৰ

লক্ ডাউন তুলি দিবলৈ প্ৰয়োজন হ’ব ‘সৰ্বাত্মক নজৰদাৰী’। লক্ ডাউনকালীন নীতি নিয়মৰ বাকী শিথিল হোৱাৰ পিছত সাৱধান নহ’লে পুনৰ দ্ৰুতগতিত সংক্ৰমিত হ’ব ক’ৰোণা। ভাৰতৰ তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ পৰৱৰ্তী কাৰ্যপন্থাক লৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ মাজত হোৱা বৈঠকৰ পিছতেই সতৰ্ক কৰিলে…

য়ুহানৰ পৰা আহিছে পুনৰ বেয়া খবৰ

চীনৰ য়ুহানৰ পৰা আৰম্ভ হৈছিল অতিমাৰী ক’ৰোনা৷ ক’ৰোনাৰ সংক্ৰমন ৰোধ হোৱাৰ পাছত যোৱামাহত য়ুহানত উঠাই দিয়া হয় লক্ডাউন৷ কিন্তু লক্ডাউন উঠাই লোৱাৰ এমাহৰ পিছত পুনৰ ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ঘটিছে  য়ুহানত। এটা কমপ্লেক্সৰ ৫জনকৈ ব্যক্তিৰ শৰীৰত নতুনকৈ ধৰা পৰিছে ক’ৰোণা। প্ৰায় ১০৫…

কাৰ্তিক আৰ্য়ানে কোন অভিনেত্ৰীৰ লগত কোৱাৰেন্টাইন কৰিব খোজে?

নিৰ্জন দ্বীপ এটাত আপোনাক অকলে থাকিবলৈ  দিলে লগত কাক নিবলৈ বিচাৰিব? সাক্ষাৎকাৰত সঘনে সোধা এটা প্ৰশ্ন৷ একেটা প্ৰশ্নই সোধা হৈছিল বলীউদৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্য়ানক৷ কিন্তু এই প্ৰশ্নৰ উত্তৰত কাৰ্তিক আৰ্য়ানে যি উত্তৰ দিলে সেয়া শুনি বহু অভিনেত্ৰীৰ সপোন চূৰমাৰ…