আজি দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ পিছত  আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নিশা ৮ বজাত প্ৰধানমন্ত্ৰীয়ে কি সম্বোধন কৰিব তাক লৈ ব্যাপক চৰ্চা হৈছে। দেশত লক্ ডাউন বৃদ্ধি কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে বক্তব্য ৰখাৰ সম্ভাৱনা থকা বুলি প্ৰকাশ পাইছে…

ক’ৰোনা ভেকছিন: আমেৰিকাৰ তথ্য চুৰি কৰিছে কোনে?

আমেৰিকাৰ ক’ৰোনা ভেকছিন সম্পৰ্কীয় গৱেষণাৰ তথ্য চুৰি কৰিবলৈ চেষ্টা চলাইছে চীনে৷ হেকাৰৰ জড়িয়তে চীনে এই চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই৷ আজি ‘নিউয়ৰ্ক টাইমছ’ কাকতত প্ৰকাশিত খবৰ অনুসৰি আমেৰিকান চোৰাংছোৱা সংস্থা এফ বি আই আৰু দেশখনৰ আভ্যন্তৰীন নিৰাপত্তা আৰু পৰিকল্পনা…

ক’ৰোনা: ভাৰত বিশ্বৰ ৮ নম্বৰত

বিশ্বজুৰি মহামাৰীৰ সূচনা কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমন এতিয়াও দেশে দেশে অব্যাহত আছে ৷ভাৰততো শেহতীয়াকৈ ক’ৰোনাৰ সংক্ৰমনে ভয়াবহ ৰূপ লৈছে৷ কিন্তু তাৰ মাজতো আশাৰ খবৰটো হ’ল – বহু ৰোগী সুস্থ হৈ ইতিমধ্যে ঘৰলৈ ঘূৰি গৈছে৷ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যাৰ ফালৰ…

আজি ১২ মে’: বহু নিৰীহৰ মৃত্যুৰ সাক্ষী

১২ মে’ – একবিংশ শতিকাৰ এটা ক’লা দিন।অনেক নিৰীহৰ মৃত্যুৰ সাক্ষী এই দিনটো। জানি লও আহক এই দিনটোৰ কেইটামান বিশেষ ঘটনা – ১৬৬৬:পুৰন্দৰ সন্ধি অনুসৰি শিৱাজী আৰু ঔৰংজেৱৰ সাক্ষাৎ। ২০০২:আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে ফিদেল কাষ্ট্রোৰ লগত বাৰ্তালাপ কৰিবলৈ ৫…

ক’ৰোনা : ৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতে

৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই৷ অৱশ্যে সোমবাৰৰ দিনটোত ভাৰতত ক’ৰোনা সংক্ৰমনৰ হাৰ কিছু হ্ৰাস পাইছে৷ • সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ৩৬০৪ গৰাকী লোক ক’ভিড ১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷এতিয়া দেশখনত মুঠ ক’ৰোনা ৰোগীৰ সংখ্যা হ’ল ৭০,৭৫৬…

ছাত্ৰৰ বাবে বেয়া খবৰ ৷কটনত আসন কমিল ৷

কটনত উচ্চতৰ মাধ্যমিকৰ আসন হ্ৰাস অসমৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বেয়া খবৰ। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত হ্ৰাস কৰা হল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আসন।বিজ্ঞান শাখাত ১৮০ খন আৰু কলা শাখাত ৪০ খন আসন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।এইবাৰ বিজ্ঞানৰ…

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা।

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা। প্ৰাৰম্ভিক অৱস্থাত বিভিন্ন স্থানৰ পৰা ১৫ খন ৰেল চলিব আৰু অনলাইন টিকটৰ বাবে IRCTC ৱেবচাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে।সন্ধিয়া ৭.৩০ বজালৈ মুঠ ১৮ হাজাৰ টিকট বুকিং হোৱা বুলি ভাৰতীয় ৰেলৱেৰ তৰফৰ…

গুজৰাট,দিল্লীৰ মুখ্যমন্ত্ৰী য়ে কি কলে প্ৰধানমন্ত্ৰীক?

Containment zone ৰ বাহিৰে দিল্লীৰ বাকী অংশত অৰ্থনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিবলৈ দিব লাগে- এই দাবী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত কেজৰিৱালে কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থালৈ চাই অৰ্থনৈতিক কামকাজ সমূহ আৰম্ভ কৰাটো জৰুৰী…

গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত

গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰে এজনৰ আচল ঘৰ মৰিগাঁৱত৷ আনজন ব্যক্তি গুৱাহাটীৰ৷ টুইটযোগে এই খবৰ প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই Alert ~ 2 persons are tested #COVID19 + in Guwahati. One originally hails from Morigaon, while…

অর্ণৱ গোস্বামীক জেৰা কৰা বিষয়া দুজনৰ এজন ক’ভিড -১৯ পজিটিভ

ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অর্ণৱ গোস্বামীক এক মানহানি গোচৰত যোৱা মাহত মাৰাথান জেৰা চলাইছিল মুম্বাই আৰক্ষীয়ে৷ অর্ণৱ গোস্বামীক জেৰা কৰা বিষয়া দুজনৰ এজন ক’ভিড -১৯ পজিটিভ৷ আজি এই কথা উচ্চতম ন্যায়ালয়ত জনাই সাংবাদিকগৰাকীৰ অধিবক্তা হৰিশ চালভেই৷ মুম্বাইৰ বান্দ্ৰা ৰেল…