আজি দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

Share This Article

ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ পিছত  আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নিশা ৮ বজাত প্ৰধানমন্ত্ৰীয়ে কি সম্বোধন কৰিব তাক লৈ ব্যাপক চৰ্চা হৈছে। দেশত লক্ ডাউন বৃদ্ধি কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে বক্তব্য ৰখাৰ সম্ভাৱনা থকা বুলি প্ৰকাশ পাইছে সংবাদমাধ্যমত। উল্লেখ্য যে বিমুদ্ৰাকৰণকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ ঘোষণা কৰাৰ বাবে  নিশা ৮ বজাৰ সময় বাচি আহিছে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।  নৰেন্দ্ৰ মোডীৰ আজিৰ নিশাৰ  এই সম্বোধনক লৈ এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.