গুজৰাট,দিল্লীৰ মুখ্যমন্ত্ৰী য়ে কি কলে প্ৰধানমন্ত্ৰীক?

Share This Article

Containment zone ৰ বাহিৰে দিল্লীৰ বাকী অংশত অৰ্থনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিবলৈ দিব লাগে- এই দাবী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত কেজৰিৱালে কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থালৈ চাই অৰ্থনৈতিক কামকাজ সমূহ আৰম্ভ কৰাটো জৰুৰী হৈ পৰিছে। কেৱল কনটেইনমেণ্ট জোনতহে কঠোৰ বাধা নিষধ বাহাল ৰাখিব লাগে বুলি তেওঁ মন্তব্য কৰে ।ইফালে ,আজিৰ বৈঠকত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়েও ৰেড জোনৰ সলনি কনটেইনমেণ্ট জোন ঘোষণাৰ পোষকতা কৰে। অন্ধ্প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে চিনেমা হল, শ্বপিং মল মুকলিৰ বাবেও দাবী জনায়।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau