সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি ১৫ মে’ পৰিয়ালৰ সৈতে কটোৱাৰ দিন কিয়?

আজি ১৫ মে’৷ আজি আন্তৰ্জাতিক পৰিয়াল দিৱস৷ একাকীত্বৰ পৰা মুকলি হৈ আজি পৰিয়ালৰ সৈতে কটোৱাৰ দিন৷ ১৯৯৪ ত ৰাষ্ট্ৰসংঘই এই দিনটোক পৰিয়াল দিৱস হিচাপে ঘোষণা কৰে৷
১৯০৭: শ্বহীদ ভগত সিঙ আৰু ৰাজগুৰুৰ লগত হাঁহি হাঁহি ফাঁচী কাঠত ওলোমা সুখদেৱৰ জন্ম৷
১৯৪০: কেলিফৰ্ণিয়াত ৰিচাৰ্ড আৰু মৰিছ মেকড’নাল্ড নামৰ দুই ভাতৃয়ে আজিৰ দিনটোত আৰম্ভ কৰিছিল এখন সাধাৰণ ৰেষ্টুৰেন্ট৷ তাৰ পাছত সোৱাদ সলনি হৈ গ’ল বিশ্ববাসীৰ৷ ফাষ্ট ফুড ৰেষ্টুৰাৰৰ দুনীয়াত মেকড’নাল্ড এক অপ্ৰতিদ্বন্দী নাম৷ বিশ্বজুৰি মেকড’নাল্ডৰ আছে ৩৫ হাজাৰ আউটলেট৷
১৯৬৭: জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিতৰ জন্ম৷
২০০৫ : ২০ বছৰৰ পিছত কানাডাত ভাৰতৰ বিমান অৱতৰণ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.