সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশতটো বাদেই,বিদেশতো প্ৰেমৰ দোকান !

ঘৃণাৰ নহয়, প্ৰেমৰ বাণী লৈ আমেৰিকাত ৰাহুল গান্ধী। কিছুদিন পূৰ্বে ব্ৰিটেইন ভ্ৰমণৰ পৰা অহা ৰাহুল গান্ধী এইবাৰ ১০ দিনীয়া কাৰ্যসূচীৰে উপস্থিত হলগৈ আমেৰিকাত। কেলিফৰ্ণিয়াত প্ৰবাসী ভাৰতীয়ৰ দ্বাৰা আয়োজিত এক সভাত ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেতা ৰাহুল…

সাংবাদিকতাৰ নামত দালালি !

সাংবাদিকতাৰ নামত ব্লেকমেইলিং । RTIৰ নামতো ব্লেকমেইলিং আৰম্ভ কৰিছে এটা চামে।সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই ল'লে ৪ লাখ,সাংবাদিক পূজামণি দাসে ল'লে ৮.৭০ লাখ, RTI কৰ্মী অনুপ শইকীয়াই ল'লে ৫০ লাখ,RTI কৰ্মী ৰবিজিৎ গগৈয়ে ল'লে ৮৩ লাখ।সাংবাদিকতাক…

হাতৰটো হেৰাল, বোকোচাৰটোলৈ আশা বিজেপিৰ !

কৰ্ণাটকত এক ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা বিজেপি যেন পুনৰ আশাহত হ’ল ৰাজস্থানক লৈ।দক্ষিণ ভাৰতৰ প্ৰৱেশ পথ কৰ্ণাটকতেই বিজেপিৰ প্ৰৱেশ বন্ধ হোৱা বিজেপিয়ে সপোন দেখিছিল ৰাজস্থান,মধ্য প্ৰদেশ,তেলেংগানাক লৈ।উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰফালে এইকেইখন…

পুনৰ দেউলীয়া ASTC

পুনৰ দেউলীয়া হ’ল অসম ৰাজ্যিক পৰিবহণ নিগম ।গভীৰ সংকটত অসম ৰাজ্যিক পৰিবহণ নিগম ।এপদ দুপদকৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ সম্পত্তি ব্যক্তিগত কোম্পানীলৈ যোৱা আৰম্ভ হৈছে বহুত দিনৰ পৰাই ! এইবাৰ ১ জুনৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১ গৰাকী…

বাৰাণসীত বিজেপিৰ বিৰুদ্ধে বিজেপি !

প্ৰধানমন্ত্ৰীৰ প্ৰতিন্দন্দ্বী হ’ব সুব্ৰমণিয়াম স্বামী !শনিৰ ৰোষত পৰিছে নেকি নৰেন্দ্ৰ মোডী?সঁচাকৈয়ে বিকল হ’ল নেকি মোডীৰ ৰথৰ চকা? কৰ্ণাটকৰ নিৰ্বাচনে ভালকৈয়ে এশিকনি দিলে বিজেপিক।কৰ্ণাটকৰ নিৰ্বাচনৰ পাছৰেপৰাই বিজেপিয়ে দলটোক পুনৰ ২০২৪ ত…

অতীত হ’ব হাইকৰ্ট !

ইতিহাস হোৱাৰ দিশে গুৱাহাটী উচ্চ ন্যায়ালয় !আমিনগাঁৱত স্থাপন হ'ব জুডিচিয়েল চিটি ! ১০০ বিঘা ভূমিত নিৰ্মাণ হ'ব জুডিচিয়েল চিটি !২৩মে'ৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আইনী ক্ষেত্ৰখনৰ বহু ঘটনা প্ৰবাহৰ সাক্ষী গুৱাহাটী উচ্চ…

বিজেপিয়ে আমুৱালে মহাৰাষ্ট্ৰবাসীক !

মহাসৰ্বেক্ষণ সমীক্ষাত প্ৰকাশ পালে মহাৰাষ্ট্ৰবাসীৰ মনৰ কথা ! মোডীৰ ৯ বছৰীয়া শাসন কেনে আছিল?মোডীক লৈ জনতা সুখী নে? কোনবোৰ ইছ্যুৱে জনতাক অতিকৈ খড়্গহস্ত কৰিছিল?কোনবোৰ ইছ্যুক লৈ সুখী হৈছিল জনতা? কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে ৯ টা বছৰ…

পিণ্ড নহয় হৰিদ্বাৰত বিসৰ্জন দিব অলিম্পিক পদক !

ন্যায়ৰ দাবীত সৰ্বস্ব ত্যাগৰ বাবে সাজু প্ৰতিবাদী মল্লযুঁজাৰু !প্ৰতিবাদী মল্লযুঁজাৰুৱে গংগাত বিসৰ্জন দিব নিজৰ অলিম্পিক পদক !মংগলবাৰে সন্ধিয়া হৰিদ্বাৰ ঘাটত পদক বিসৰ্জন দিব মল্লযুঁজাৰুয়ে ! ব্ৰীজভূষণৰ শাস্তিৰ দাবীত অনশনত বহিছে প্ৰতিবাদী…

হাৰি হাৰিও জিকি গ’ল ধোনী !

মেচখনৰ শেষৰটো বলত পেভিলিয়নত বহি ৪১ বছৰীয়া মানুহজনেও চকু মুদি দিছিল। হয়তো ভাবিছিল শেষৰটো বলে দলটোৰ ভৱিষ্যৎ কি নিৰ্ণয় কৰিব? হয়তো যুঁজি যুজি ভাগৰি পৰি আশা যেন একেবাৰে বাদেই দিছিল। কিন্তু আশা শেষমুহূৰ্তলৈকে হেৰুৱাই পেলোৱা নাছিল দলটোৰ আন…

ৰাজহ সংগ্ৰহৰ ফন্দি নেকি ৭৫ টকীয়া মুদ্ৰা?

নতুন সংসদ ভৱন উদ্বোধন উপলক্ষ্যে চৰকাৰে মুকলি কৰে ৭৫ টকীয়া মুদ্ৰা। বহুতে দেখিছে নতুন ৭৫ টকীয়া নোটৰ ছবি। একাংশৰ মাজত ৭৫ টকীয়া মুদ্ৰাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এই মুদ্ৰা সাধাৰণ ৰাইজে পাবনে? দৈনিক লেনদেনত ব্যৱহাৰ কৰিব পাৰিবনে? কেনেকৈ আৰু…