সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক

দেশত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। আৰু এইবাৰ হেকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক কৰিছে হেকাৰে। হেক কৰাৰ পাছতেই এটা বিশেষ টুইট কৰিছে মোদীৰ টুইটাৰ একাউন্টৰ পৰা আৰু ৰাইজক ডিমাণ্ড কৰিছে হেকাৰে। সেই টুইটটোত…

সাংসদত বিৰোধীৰ প্ৰশ্ন কৰাৰ অধিকাৰ কিয় কাঢ়ি ল’ব বিচাৰিছে মোডী চৰকাৰে?

কৰোনাৰ সুযোগ লৈ শাসকীয় বিজেপিয়ে দেশৰ গণতন্ত্ৰক নিঃশেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে নেকি? এই অভিযোগ আমাৰ নহয় বিৰোধীৰ। ৰাজ্য সমূহক GST ৰ প্ৰাপ্য ধন আদায় নিদি বিজেপি চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত কৰাৰ অভিযোগ উঠাৰ সময়তে সাংসদৰ…

লাডাখ সীমান্তত ‘বিকাশ বেটেলিনৰ’ এজন শ্বহীদ

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিৰোধ কৰোঁতে ভাৰতৰ বিশেষ 'বিকাশ বেটেলিয়নৰ' এজন সেনাৰ মৃত্যু হোৱা বুলি কিছু সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য এই পৰ্য্যন্ত অহা নাই। কিন্তু তিব্বতৰ…

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ: নিষিদ্ধ হ’ল PUBG

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ।আজি ভাৰত চৰকাৰে ১১৮ চীনা app নিষিদ্ধ ঘোষণা কৰে। এই নতুন App ৰ ভিতৰত আছে বহুল ভাৱে জনপ্ৰিয় PUBG। গতিকে এতিয়াৰ পৰা আপুনি আৰু PUBG খেলিব নোৱাৰিব। লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসনৰ পিছতে আজি ভাৰত চৰকাৰে এই…

চীনা সৈন্যৰ সমাধি বুলি ইণ্ডিয়া টুডে, আজতক আৰু টাইমছ নাউ চেনেলে প্ৰচাৰ কৰিলে বহু পুৰণি ফটো

যোৱা প্ৰায় ৩১ আগষ্টৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুল ভাৱে চৰ্চিত হোৱা এটা বিষয় হৈছে লাডাখ সীমান্তত ভাৰত চীন সংঘৰ্ষ। যোৱা কিছুদিন পূৰ্বে লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সংঘৰ্ষৰ বৰ বিশেষ তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই যদিয়ো টিভি চেনেল সমূহে প্ৰতি…

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ কিয় প্ৰশ্ন উত্থাপন কৰিলে CAG য়ে?

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্তুষ্ট নহয় CAG অৰ্থাৎ Comptroller and Auditor General of India। শেহতীয়াকৈ অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্দেহ প্ৰকাশ কৰি CAG য়ে নিজৰ প্ৰতিবেদনত কৈছে অসম চৰকাৰে ঘোষণা কৰা ২০১৮-১৯ ৰ বাজেটৰ অনুমান বাস্তৱিক নাছিল…

ৰেল বিভাগৰ বিশেষ ঘোষণা: ছেপ্টেম্বৰৰ পৰা চলিব ১২০ খন বিশেষ ৰেল

ৰেল বিভাগৰ বিশেষ ঘোষণা। ছেপ্টেম্বৰৰ পৰা চলিব ১২০ খন বিশেষ ৰেল। আনলক ৪ৰ নিৰ্দেশনা অনুসৰি সকলো যান-বাহনৰ চলাচলত অনুমতি প্ৰদানৰ পিছতেই ইতিমধ্যে ৰেলৱে বিভাগে ৰাজ্য চৰকাৰ আৰু কৰ্তৃপক্ষৰ মাজত আলোচনা হয় পৰৱৰ্তী সময়ত ৰেল চলাচল সন্দৰ্ভত। আনফালে…

দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত: ৰাজ্য সমূহক প্ৰাপ্য অধিকাৰৰ পৰা কিয় বঞ্চিত কৰিছে মোডী…

দেশৰ অৰ্থনৈতিক অৱস্থা দ্ৰুত গতিত অৱনমিত হোৱাৰ সময়তে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এতিয়া যেন ভাঙি টচনছ কৰি দিব বিচাৰিছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কাঠামো। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অপৰিকল্পিত আৰু অপৰিপক্ক ভাবে সমগ্ৰ দেশত…

CBI, ED ৰ গোচৰৰ পাছতে কিয় মুম্বাই বিমান বন্দৰৰ পৰিচালনা কৰা GVK গ্ৰুপে আদানীৰ লগত সহযোগ কৰিবলৈ…

দেশত এতিয়া বিমান বন্দৰৰ কিনা বেছা চলিছে। যোৱা কিছুদিন পূৰ্বে আদানী গ্রুপক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰ ৫০ বছৰৰ বাবে গটাই দিছিল কেন্দ্ৰীয় চৰকাৰে। সেই সময়তে এটা চর্চা চলিছিল যে অতিশীঘ্ৰে ইতিমধ্যে ব্যক্তিগত কৰণ হোৱা মুম্বাই বিমান…