ত্ৰিপুৰা: নীৰমহল উদয়পুৰ আৰু পিলাক-জিতাদিত্য নাৰ্জাৰী

-আগৰ খণ্ডৰ পৰা ৰাতিপুৱা উঠি মই এখন ট্ৰেইন ধৰি ধর্মনগৰৰ পৰা আগৰতলা লৈ ওলালোঁ। এইখিনিতে কৈ থোৱা ভাল হব যে ত্ৰিপুৰাৰ ৰেলব্য‌ৱস্থা মই ভবাতকৈ যথেষ্ট উন্নত আছিল। ইয়াৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক যোগ কৰি ৰেল লাইন বনোৱা হৈছে (বাংলাদেশলৈ সংযোগ কৰাৰ…

বাঘজানৰ জুই নুমোৱাবলৈ তান্ত্ৰিক অনা বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে:অইল ইণ্ডিয়া

তিনিচুকীয়াৰ বাঘজানৰ ৫ নং তৈল খাদৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই। বিদেশৰ পৰা বিশেষজ্ঞ আনি জুই নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও এতিয়ালৈ সফল হ’ব পৰা নাই অইল কৰ্তৃপক্ষ। ইয়াৰ পিছতে আজি কিছু সংবাদ মাধ্যমে বিশেষ সূত্ৰৰ ভিত্তিত প্ৰকাশ কৰে এক বাতৰি।…

EIA ক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকল নিমাত কিয়?

EIA-2020 ৰ বিৰুদ্ধে দেশৰ শিক্ষাবিদ, বিজ্ঞানী আৰু গৱেষক সকল সৰৱ হৈ উঠাৰ সময়তো কিয় কোনো কানসাৰ নাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকলৰ। ইতিমধ্যে দেশৰ ৫ শতাধিক শিক্ষাবিদ , বিজ্ঞানী আৰু গৱেষক সকলে এই জননীখন প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত…

প্ৰায় দুই শতাধিক কৰ্মচাৰীক বহিষ্কাৰৰ সিদ্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ

যোৱা মাৰ্চ মাহৰ পৰা হোৱা দেশজুৰি লক ডাউনৰ বাবে দেশৰ অৰ্থনৈতিক দিশৰ ভয়ংকৰ ক্ষতি সাধন হৈছে। ইয়াৰ প্ৰভাৱ দেশৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত কম বেছি পৰিমাণে পৰিছে যদিও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দেশৰ নিম্ন শ্ৰেণীৰ কৰ্মী সকলৰ ওপৰত। কোনোবাই যদি…

তেওঁলোকে Dislikeৰ সুবিধা বন্ধ কৰিব পাৰে কিন্ত আপোনালোকৰ কণ্ঠক দমন কৰিব নোৱাৰে: ৰাহুল গান্ধী

যোৱা কিছুদিন ধৰি নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’কে আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ Youtube সম্প্ৰচাৰত দেশৰ যুৱ শক্তিয়ে Dislike ৰ পাহাৰ গঢ়াৰ পাছত বিজেপি আৰু প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে নৰেন্দ্ৰ মোদীৰ ভিডিওত Youtube ত ‘Like’-‘dislike’ ৰ সুবিধা বন্ধ কৰাৰ পাছতে এইবাৰ সৰৱ…

লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে চীনা নাগৰিকক ভাৰতীয় সেনাৰ সহায়

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন অব্যাহত থকাৰ সময়তে ভাৰত চীনৰ আন এক সীমান্ত উত্তৰ ছিক্কিমত ভাৰতীয় সেনাৰ মানৱীয়তাই হৃদয় জিনিছে সকলোৰে। জানিব পৰা মতে যোৱা ৩ ছেপ্টেম্বৰ তাৰিখে সাগৰ পৃষ্ঠৰ পৰা ১৭৫০০ ফুট উচ্চতাত থকা উত্তৰ ছিক্কিমত তিনি জন চীনা…

৫ বছৰ পাৰ হল যদিয়ো বুলেট ট্ৰেইন নাহিল, ২০২৮ লৈ কৰিব লাগিব অপেক্ষা

pic: Indian Express

বুলেট ট্ৰেইনৰ প্ৰতিশ্ৰুতিৰে লোকসভা নিৰ্বাচনৰ সময়ত ভাষণ শুৱনি কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি ৫ বছৰ অতিক্ৰম কৰাৰ পিছতো বাস্তৱত ৰূপায়ন হবলৈ বহু যোজন বাকী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনৰ আজি প্ৰকাশ পোৱা অনুসৰি বৰ্ধিত খৰছ আৰু জাপানী কোম্পানীৰ…

ভাৰত-ৰাছিয়াই নিৰ্মান কৰিব AK-৪৭ ২০৩ ৰাইফল

ভাৰত-ৰাছিয়াই নিৰ্মান কৰিব AK-৪৭ ২০৩ ৰাইফল । ৩ দিনীয়া ভ্ৰমণ সূচীৰে ৰাছিয়াত উপস্থিত হৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়াৰ প্ৰতিৰক্ষামন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ চুক্তি স্বাক্ষৰ কৰে। ভাৰতক সৰ্বমুঠ ৭,৭০,০০০ অত্যাধুনিক ৰাইফল প্ৰয়োজন। তাৰে এক লাখ ৰাইফল নিৰ্মান হ’ব…