লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে অৰুণাচলৰ ৫ জন লোকক অপহৰণ চীনা সৈন্যৰ

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থাকোতেই ৫ জন ভাৰতীয় লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছে চীনা সৈন্যৰ বিৰুদ্ধে। জানিব পৰা মতে উজনি সোৱণশিৰী জিলাৰ ভাৰত চীন সীমান্তৰ এখন জংঘলত চিকাৰ কৰি থকা অৱস্থাত অপহৰণ কৰিছে চীনা সৈন্যই। ঘটনাটো সংঘটিত হোৱা…









