ৰেল বিভাগৰ বিশেষ ঘোষণা: ছেপ্টেম্বৰৰ পৰা চলিব ১২০ খন বিশেষ ৰেল

Share This Article

ৰেল বিভাগৰ বিশেষ ঘোষণা। ছেপ্টেম্বৰৰ পৰা চলিব ১২০ খন বিশেষ ৰেল। আনলক ৪ৰ নিৰ্দেশনা অনুসৰি সকলো যান-বাহনৰ চলাচলত অনুমতি প্ৰদানৰ পিছতেই ইতিমধ্যে ৰেলৱে বিভাগে ৰাজ্য চৰকাৰ আৰু কৰ্তৃপক্ষৰ মাজত আলোচনা হয় পৰৱৰ্তী সময়ত ৰেল চলাচল সন্দৰ্ভত। আনফালে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীযুষ গুৱেলে ৰেল বিভাগে ৯৬০ টা ৰেলৱে ষ্টেচন সৌৰশক্তি চালিত কৰা বুলি ঘোষণা কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.