আফগানিস্তানৰ পৰা পলায়ন সন্দৰ্ভত কি ক’লে আশ্ৰফ ঘানিয়ে ?
দেশত্যাগ কৰাৰ পাছত আশ্ৰয় বিচাৰি হাবাথুৰি খাইছে আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ তাৰ মাজতে সামাজিক মাধ্যমযোগে ঘানিয়ে প্ৰকাশ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া ৷ আফগানিস্তানৰ ক্ষমতা হস্তান্তৰ সম্পৰ্কত তেও কয় ,’তালিবানে তৰোৱাল আৰু বন্দুকৰ…