সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ভিড ৰ পাছত এইবাৰ ‘নিপা ভাইৰাছ’ৰ আতংকই জোকাৰিছে দেশ

সমগ্ৰ বিশ্বতে ক'ভিদৰ বিভীষিকা মাৰ নৌ যাওঁতেই এইবাৰ ভাৰতত নতুন এক ভাইৰাছে ট্ৰাসৰ সৃষ্টি কৰিছে। ক'ৰণাৰ মাজতে আহিছে এইবাৰ নিপা ভাইৰাছৰ আতংক। কেৰেলা আৰু তামিলনাডুৰ বিস্তীৰ্ণ অঞ্চলযুৰি ত্ৰাসৰ সৃষ্টি কৰিছে নীপা ভাইৰাছে। কেৰেলাত বৰ্তমানলৈকে ১১জন…

শ্ৰীলংকাৰ ভয়াবহ অৰ্থনৈতিক সংকটৰ কাৰণ কি ?

মাত্ৰ ৬৫ হাজাৰ বৰ্গকিলোমিটাৰ ভূখণ্ড আৰু ২ কোটি ২ লাখ জনসংখ্যাৰ এখন দেশ ৷ আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা অসমতকৈও সৰু ৷ কিন্তু ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ পিনৰ পৰা বিশ্ববাসীৰ বাবে সদায়ে কৌতুহলৰ বিষয় হৈ আহিছে এই দেশখন ৷ দেশখন হ’ল…

আজি অসম চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

আজি অনুষ্ঠিত হব অসম চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক। মহানগৰীৰ কইনাধৰাত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা এই বিশেষ গুৰুত্বপূৰ্ণ বৈঠকখন। ২০০৫ চনৰ ২ মে'ত শেষবাৰৰ বাবে অসম চুক্তি সন্দৰ্ভত অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক।…

তালিবানী ঘাটিক লক্ষ্য কৰি পঞ্জশীৰৰ আকাশত কাৰ যুদ্ধ বিমান?

তালিবানে পঞ্জশীৰ দখল কৰা বুলি দাবী কৰাৰ এদিন পিছতেই উপত্যকাটোৰ তালিবানৰ ঘাটিক লক্ষ্য কৰি চলিল বিমান আক্ৰমন৷তালিবানে আফগানিস্তানৰ অধিকাংশ অঞ্চল দখল কৰাৰ পিছতেই পঞ্জশীৰত বিদ্ৰোহী শক্তিক ঐক্যবদ্ধ কৰি তুলিছিল এন আৰ এফে৷পঞ্জশীৰ আক্ৰমন কৰিবলৈ…

বৃহৎ নদীবান্ধ বান্ধৰ দাবীত ৰাজ্যজুৰি যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্য্যসূচী, “উত্তৰ অসমৰ জনসাধাৰণৰ…

গুৱাহাটী 6ছেপ্তেম্বৰ: নামনি সোৱঁণশিৰিৰ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে | কাৰ্য্যসূচী মতে সমগ্ৰ অসমৰ পৰিষদৰ সকলো জিলা সমিতিয়ে সংশ্লিষ্ট প্ৰশাসনিক জিলাৰ উপায়ুক্ত কাৰ্য্যালয়…

অখিল গগৈৰ সন্দৰ্ভত কি কলে আজমলে ?

অৱশেষত মৌনতা ভংগ কৰিলে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে। উপ নিৰ্বাচন আৰু কেটবোৰ বিষয়ক লৈ বিস্ফোৰণ ঘটাইছে সাংসদ গৰাকীয়ে। বিধায়ক অখিল গগৈক হতাশগ্ৰস্ত আৰু পৰাজিত নায়ক আখ্যা অজমলৰ। লগতে তেওঁ কয় যে ১৫-২০ খন আসন জিকিম বুলি ভবা অখিল…

তালিবানৰ চৰকাৰ গঠন অনুষ্ঠানলৈ নিমন্ত্ৰণ পাবনে ভাৰতে ?

শীঘ্ৰে আফগানিস্তানত তালিবানে গঠন কৰিব নতুন চৰকাৰ ৷ কিন্তু নতুন চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰা অনুষ্ঠানলৈ নিমন্ত্ৰণ নাপায় ভাৰতে ৷ নতুন চৰকাৰ গঠন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব পাকিস্তান , চীন , ৰাছিয়া , কাটাৰ , তুৰষ্ক আৰু ইৰানৰ প্ৰতিনিধিক ৷ এই…

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ প্ৰতিবাদ

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অখিল গগৈৰ আন্দোলনৰ ঘোষণা। বিধায়ক হোৱাৰ পিছত অখিল গগৈৰ নেতৃত্বত এয়া প্ৰথম আন্দোলন। বিধায়ক গৰাকীৰ মতে  'ৰাজ্যৰ বহু থলুৱা কৃষক গো পালনৰ লগত জড়িত হৈ আছে। যদিহে গো সুৰক্ষা আইন অসমত প্ৰবৰ্তন হয় তেতিয়া বহু…

নিজৰ ৰাজ্যত নিজেই বোমা বিস্ফোৰণ ঘটোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কাহিনী

এজন আশীৰ উৰ্ধৰ ৰাজনীতিক ৷ বিগত চাৰিটা দশক ধৰি ভাৰতীয় ৰাজনীতিৰ বহু উত্থান – পতনৰ সাক্ষী তেও ৷ বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ অনুঘটক ৷ এসময়ত দেশৰ অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল ৷ তেও মুখ্যমন্ত্ৰী হোৱা ছদিন পাছতে ডাউদ…

আকৌ আহিছে ক’ভিডঃ একে দিনাই দেশত আক্ৰান্ত ৪০,০০০

দেশত অব্যাহত আছে ক'ভিডৰ কালৰূপ। ৰোগীৰ সংখ্যা প্ৰতিদিনে প্ৰায় ৪০০০০ বৃদ্ধি হৈ আছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে ৰাতিপুৱা প্ৰকাশ কৰিছে এই তথ্য । মন্ত্ৰালয়ৰ মতে বিগত ২৪ ঘণ্টাত ৩৮,৯৪৮ নতুন ৰোগী ক'ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা…