হেল্থ চিটী হাস্পতালত ফিজিওথেৰাপী দিৱস পালন

বিশ্ব ফিজিওথেৰাপী দিৱসৰ লগত সংগতি ৰাখি আজি খানাপাৰাৰ হেল্থ চিটী হাস্পতালত বিশ্ব ফিজিওথেৰাপী দিৱস পালন কৰা হয় ৷ এই উপলক্ষত চিকিৎসালয়খনৰ ফিজিওথেৰাপী বিভাগে বিভিন্ন জনসজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে ৷ উল্লেখ্য যে , প্ৰতিবছৰে ৮ ছেপ্তেম্বৰ তাৰিখে ৱৰ্ল্ড কনফেডাৰেশ্যন অৱ ফিজিওথেৰাপীৰ…

IPLত সংযোজন হব দুটাকৈ নতুন দল, BCCI ৰ তালিকাত গুৱাহাটী

বহু চৰ্চিত ইণ্ডিয়ান প্ৰিমিয়ায় লীগ(IPL) ত সংযোজন হব দুটাকৈ নতুন দল। BCCI এ প্ৰকাশ কৰা ৬ চহৰৰ এখন বিশেষ তালিকাত গুৱাহাটী মহানগৰীৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। গুৱহাটীৰ লগতে নাম অন্তৰ্ভুক্ত আছে ৰাচি, কটক, আহমেদাবাদ, লক্ষ্ণৌ আৰু ধৰমশালা চহৰৰ। প্ৰাপ্ত তথ্য…

গ্ৰেপ্তাৰ হব পাৰে অভিনেতা চলমান খান,অক্ষয় কুমাৰ ৰ লগতে ৩৮ গৰাকী বলিউডৰ নামি দামী তাৰকা

প্ৰায় ২ বছৰ পূৰ্বতে হায়দৰাবাদত সংঘটিত এটা ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে বলিউডৰ ৩৮ গৰাকী তাৰকাৰ বিৰুদ্ধে। ৪ লম্পটে ধৰ্ষণ কৰি জ্বলাই দিছিল এগৰাকী যুৱতীক আৰু ঘটনাক লৈ সৰব হৈ পৰিছিল বলিউডৰ শিল্পী সমাজ। ন্যায় বিচৰাৰ সময়তেই একাংশ বলিউড…

আফগানিস্তানত তালিবানৰ নতুন চৰকাৰ, তালিবান মন্ত্ৰী সভাৰ সবিশেষ !

প্ৰায় দুটা দশকৰ অন্ততঃ তালিবানে আফগানিস্তানত গঠন কৰিলে পূৰ্ণাংগ চৰকাৰ। কোন কোন আছে তালিবান মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা – প্ৰধানমন্ত্ৰী – মোল্লা মহম্মদ হাছান আখুন্দ উপ প্ৰধানমন্ত্ৰী ১ – মোল্লা বাৰাদাৰ উপ প্ৰধানমন্ত্ৰী ২ – আব্দুল ছালাম হানাফি গৃহমন্ত্ৰী – চিৰাজুদ্দিন…

কোনে ক’ত পালন কৰিব ভূপেন হাজৰিকাৰ জন্মদিন?

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে ‘ভাৰত ৰত্ন ভূপেন হাজৰিকা সংগ্ৰহালয়’ৰ প্ৰেক্ষাগৃহত  পালন কৰিব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম দিন। জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সুধাকণ্ঠক। দীঘলীপুখুৰী পাৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সদৌ…

ভাৰতৰ বিৰুদ্ধে সীমান্তত কি নতুন যুদ্ধ-কৌশল অৱলম্বন কৰিছে চীনে?

তালিবানৰ আফগানিস্তান দখলক লৈ ভাৰতত উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ চীন সীমান্তৰ পৰা আহিছে নতুন খবৰ। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে এজন নতুন জেনেৰেলক ইণ্ডো-চীন সীমান্তৰ দায়িত্ব দিবলৈ সাজু হৈছে। এই মূহুৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতীয় সেনাৰ বিৰুদ্ধে কোনো নতুন…

চূড়ান্ত অন্ধ বিশ্বাস: ঈশ্বৰক সুখী কৰিবৰ বাবেই উলংগ কৰা হ’ল কিশোৰীক

মধ্য প্ৰদেশৰ দামো জিলাৰ বানিয়া গাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত‌ কৰা এক জঘণ্য ঘটনা। গাঁওখনত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱা বাবেই গাওঁখনৰ ছয়গৰাকী কিশোৰীক গাওঁখনৰ চাৰিওফালে উলংগ কৰি লৈ যোৱা হয়। গাঁওবাসীৰ বিশ্বাস যে ইয়াৰ ফলত বৰুণ দেৱতা সন্তুষ্ট…

বিজেপিৰ কোন মৰ্চাৰ দায়িত্বত কোন নেতা?

বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভবেশ কলিতাই বিভিন্ন মৰ্চাসমূহৰ ৰাজ্যিক বিষয়বীয়াসকলৰ নাম ঘোষণা কৰিছে ৷ সেই অনুসৰি মৰ্চাসমূহৰ সভাপতি সম্পাদকসকল হৈছে – যুৱ মৰ্চা সভাপতি – সিদ্ধাংকু অংকুৰ বৰুৱা সাধাৰণ সম্পাদক – হিমাংশু শেখৰ বৈশ্য ৰক্তিম খটনিয়াৰ কিষান মৰ্চা  …

দুখবৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৪ টাকৈ বন্যপ্ৰাণীৰ মৃত্যু

ৰাজ্যত বানে তাণ্ডৱ চলাই থকাৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৪ টাকৈ বন্যপ্ৰাণীৰ মৃত্যুৰ খবৰে ব্যথিত কৰিছে সকলোকে। বন বিষয়াসকলৰ ভাষ্য অনুসৰি উদ্যানখনৰ কমেও ৩০ শতাংশ এলেকা এতিয়াও পানীৰ তলত আছে। বানপানী আৰু অন্যান্য কাৰণত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ…

আজমল প্ৰসংগত উভতি ধৰি কি ক’লে অখিল গগৈয়ে ?

এইবাৰ আজমলক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে। বিগত দিনত আজমলে অসমৰ ভূমিত বহুতো চোৰাং কাৰবাৰ কৰা বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। আজমলৰ বিশাল দুৰ্নীতিৰ বাবে অতদিনে জে’লত থাকিব লাগে আৰু জে’লৰ পৰা মাত্ৰ এবাৰ নিৰ্বাচনত জয়ী হওক তাৰ পাছত মই…