Investigative reporting with dedication.
কোনে ক’ত পালন কৰিব ভূপেন হাজৰিকাৰ জন্মদিন?

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে ‘ভাৰত ৰত্ন ভূপেন হাজৰিকা সংগ্ৰহালয়’ৰ প্ৰেক্ষাগৃহত পালন কৰিব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম দিন।
জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সুধাকণ্ঠক।
দীঘলীপুখুৰী পাৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সদৌ অসম ছাত্ৰ সন্থাই।





