সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিৰ কোন মৰ্চাৰ দায়িত্বত কোন নেতা?

বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভবেশ কলিতাই বিভিন্ন মৰ্চাসমূহৰ ৰাজ্যিক বিষয়বীয়াসকলৰ নাম ঘোষণা কৰিছে ৷ সেই অনুসৰি মৰ্চাসমূহৰ সভাপতি সম্পাদকসকল হৈছে –

যুৱ মৰ্চা

- Donation -

সভাপতি – সিদ্ধাংকু অংকুৰ বৰুৱা

সাধাৰণ সম্পাদক – হিমাংশু শেখৰ বৈশ্য

ৰক্তিম খটনিয়াৰ

কিষান মৰ্চা  

সভাপতি- দেৱজিত বৰা

সাধাৰণ সম্পাদক –নিবাৰণ লহকৰ

ইন্দ্ৰানী তহবিলদাৰ

অনুসূচীত জনজাতি মৰ্চা  

সভাপতি-শিৱনাথ ব্ৰক্ষ্ম

সাধাৰণ সম্পাদক – তিলতমা হাছনু

দিগন্ত পাদুন

মহিলা মৰ্চা  

সভানেত্ৰী -আঙুৰলতা ডেকা

সাধাৰণ সম্পাদিকা- হিমাশ্ৰী দেৱী

পূৰৱী ৰয়

অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা

সভাপতি-অশ্বিনী ৰায় চৰকাৰ

সাধাৰণ সম্পাদক – নিপন চেতিয়া

সৌৰভ কুমাৰ নাথ

অনুসূচীত জাতি মৰ্চা

সভানেত্ৰী – মুন স্বৰ্ণকাৰ

সাধাৰণ সম্পাদক –সীমান্ত দাস

অৰ্জুন মজুমদাৰ

সংখ্যালঘু মৰ্চা

সভাপতি শান্তিয়াজ কুজুৰ

সাধাৰণ সম্পাদক- ছাহিদুল ইছলাম

মোস্তাক উদ্দিন আহমেদ

 

Leave A Reply

Your email address will not be published.