সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অমিক্রনত আক্ৰান্ত বিশ্বৰ প্ৰথম জন কোভিড ৰোগীৰ মৃত্যুঃ ক’ত?

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আজি কৰোনা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েন্টৰ আক্ৰমণৰ ফলত প্ৰথমজন কোভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য ৰাজহুৱা কৰিছে। উল্লেখ্য যে ব্ৰিটেইনে ইতিমধ্যেই ৩০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলোৰে বাবে ভেকচিন বুষ্টাৰ…

কবি আনিছ উজ্ জামানলৈ ২০২১ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ

প্ৰেছ বিজ্ঞপ্তি গুৱাহাটী, ১৩ ডিচেম্বৰ, ২০২১ খ্রীষ্টাব্দ : ‘ধ্ৰুৱজ্যোতি বৰা মিত্র মণ্ডলী'ৰ উদ্যোগত আৰু অসমৰ বৌদ্ধিক দিশত কৰিত একমাত্র দাতব্য ৰাজহুৱা ন্যাস 'নর্থ ইষ্ট ফাউণ্ডেচন'ৰ সহযোগত এই বছৰৰ পৰা ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ' নামেৰে…

উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আগে আগে বাৰাণসীত মোডীঃ কিন্তু কিয়?

আজি বাৰাণসীত কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্যায় উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰাণসীত সমবেত জনতাক সম্বোধন কৰি বাৰাণসীৰ সভ্যতাৰ ঐতিহ্যক প্ৰশংসাৰে উপচাই মোদীয়ে কয় যে বহু চুলতানৰ উত্থান আৰু পতন হল কিন্তু বেনাৰস একেই থাকিল।…

কোনে কেতিয়া নোহোৱা কৰিছিল আৰ বি এছৰ ভূমি ক্ৰয়ৰ নথি?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছে RBS পেপাৰ্চৰ বহু চাঞ্চল্যকৰ তথ্য।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কম্পেনী RBS ৰিয়েল্টৰ্চ প্ৰাইভেট লিমিটেডে কিদৰে চৰকাৰী আইন,বিধি ভৰিৰে মোহাৰি বিঘাই বিঘাই…

চৰকাৰী মাটি বিক্ৰীৰ অভিযোগত আৰক্ষীৰ গোচৰ ৰুজু:- RBS ৰ বিৰুদ্ধে কৰিবনে?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল আৰ বি এছ পেপাৰ্ছ ৷ আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি৷ উত্তৰ…

EXCLUSIVE : আৰ বি এছত ধন বিনিয়োগ কৰা কলকাতাৰ কোম্পেনীৰ আঁৰত কোন ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ অহা আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বে আইনী ভূমি ক্ৰয় বিক্ৰয়ৰ বহু বিস্ফোৰক তথ্য ৷একেটা অনুসন্ধানতে স্পষ্ট…

দিল্লীত CDS বিপিন ৰাওটক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

শুক্ৰবাৰে দিল্লীৰ ব্রাৰ স্কুৱেৰ সেনা চাওনিৰ শ্মশানত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ভাৰতৰ চি.ডি.এছ জেনেৰেল বিপিন ৰাওট , তেওঁৰ পত্নী মধুলিকা ৰাউত আৰু নিহত ১১ গৰাকী সেনা বিষয়াক। চি.ডি.এছ বিপিন ৰাওতৰ দুই কন্যা ক্ৰমে কৃতিকা আৰু তাৰিণীয়ে…

আৰ বি এছ ৰিয়েল্টৰ্ছে ভূমি ক্ৰয় কৰোতে কি কি চৰকাৰী নিৰ্দেশনা উলংঘা কৰিছিল ?

মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনীৰ বিয়াগোম ভূমি কেলেংকাৰি ফাদিল হোৱাৰ পাছত এতিয়া হাহাকাৰ লাগিছে দিছপুৰত ৷ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে বে আইনীভাৱে চৰকাৰী আৰু চিলিঙ চৰকাৰী ভূমি ক্ৰয় কৰাৰ তথ্য এক বিশেষ অনুসন্ধানৰ জড়িয়তে…

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিক লৈ সৰৱ লুৰীণজ্যোতি গগৈ 

লুৰীনজ্যোতি গগৈৰ ভাষ্য- এটা পৰিয়ালৰ পৰা অসমৰ সমগ্ৰ ভূমি দখলৰ প্ৰচেষ্টা চলিছে৷ ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমৰ সর্ববৃহৎ কেলেংকাৰিটো সংঘটিত হৈছে৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ৷ অসমৰ মূলসুতিৰ সংবাদ মাধ্যমকো চোকা সমালোচনা লুৰীনজ্যোতি গগৈৰ৷ দ্য…

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত৷বাধ্যতামূলক অসমীয়া কাকতৰ বিৰুদ্ধে আবেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে৷ উচ্চ ন্যায়ালয়ক অৱগত কৰালে ৰাজ্য চৰকাৰে বাধ্যতামূলক কাকতখন আঁতৰাবলৈ APSCক নির্দেশ উচ্চ ন্যায়ালয়ৰ৷ আগন্তুক পৰীক্ষাৰ পৰা…