কিহৰ বিনিময়ত আন্দোলন শেষ কৰিলে দেশৰ কৃষক সমাজে?

কেন্দ্ৰীয় চৰকাৰে তিনি খনকৈ কৃষি আইন বাতিল কৰাৰ পিছতে কৃষক সকলৰ লগত কেইবাখনো আলোচনা চক্ৰত মিলিত হৈছে দেশৰ চৰকাৰী পক্ষ। চৰকাৰৰ কেইবাটাও সিদ্ধান্তৰ আধাৰতহে স্থগিত ৰখা হল কৃষক আন্দোলন – MSP – কেন্দ্ৰীয় চৰকাৰে ইউনাইটেড কিষাণ মৰ্চাৰ প্ৰতিনিধি সকলক লৈ…

তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাঃ ১৩ গৰাকী লোকৰ মৃত্যু – বৰ্তমানলৈ একমাত্ৰ জীৱিত ব্যক্তি CDS বিপিন ৰাৱট

তামিলনাডুত সংঘটিত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। হেলিকপ্টাৰ খনত থকা ১৪ গৰাকী যাত্ৰীৰ ভিতৰত ১৩ গৰাকী লোকৰেই মৃত্যু হৈছে বুলি খবৰ ৰাজহুৱা হোৱাৰ লগে লগে এতিয়া উদ্বিগ্নতা বৃদ্ধি পাইছে সমগ্ৰ দেশতে। এয়া প্ৰায় নিশ্চিত হৈ পৰিছে যে…

মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীঃ প্ৰেছ বিবৃতি জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছে

কেলেংকাৰীৰ উচ্চ-পৰ্যায়ৰ নিৰপেক্ষ তদন্ত দাবী কৰিলে কংগ্ৰেছ সভাপতি ভূপেন বৰাই দুখীয়া-ভূমিহীনক গুলীয়াই ‘অবৈধ দখল’ উচ্ছেদ কৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালেই নামিল চৰকাৰী মাটিৰ অবৈধ দখলত! গুৱাহাটী, ৮ ডিচেম্বৰ ঃ প্রতি নিয়ত ‘চৰকাৰী ভূমি’ৰ পৰা ভূমিহীন, গৃহহীন, বনুৱা-খেতিয়কক উচ্ছেদ কৰা আৰু উচ্ছেদৰ বিৰুদ্ধে…

বুধবাৰে তামিলনাডুত এক ভয়ংকৰ দুৰ্ঘটনাৰ সমুখীন হয় এখন সেনাৰ হেলিকপ্টাৰ

দুর্ঘটনাগ্ৰস্ত সেনাৰ এই হেলিকপ্টাৰখনত CDS বিপিন ৰাওটৰ লগতে তেওঁৰ পত্নীসহ অন্য ৩ গৰাকী সেনা বিষয়া আৰু ১৭ গৰাকী আৰোহি উপস্থিত আছিল।এই পৰ্যন্ত দুগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। সেনাৰ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্যন্ত তিনিজন বিষয়াক হে…

তিনিদিনৰ মূৰত ধনশিৰিৰ বুকুত উদ্ধাৰ হ’ল অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ

◆ তিনিদিনৰ মূৰত উদ্ধাৰ হ’ল গোলাঘাটৰ থুৰামুখত ধনশিৰিৰ বুকুত নিখোজ হোৱা NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ ◆ স্থানীয় নাৱৰীয়াই উদ্ধাৰ কৰে ৰক্তিম বৰুৱাৰ মৃতদেহ ◆ পৰিয়ালৰ সৈতে বনভোজ খাবলৈ আহি সন্তানৰ সৈতে খেলি থকা অৱস্থাত পানীত ডুবি গৈছিল ৰক্তিম বৰুৱা…

বে আইনী, অবৈধঃ সপৰিয়ালে হিমন্ত পত্নীৰ কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰী

ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে অবৈধভাৱে গুৱাহাটী মহানগৰীৰ সমীপত ক্ৰয় কৰিছে ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ৷

কবি জীৱন নৰহলৈ সন্তোষ কুমাৰ কৰ্মকাৰ বঁটা

মোমাইদেউৰ ফুলনি, শুনা মোৰ ফুল কলি, টাৰি-ৰি, সোৱৰণীৰ সোণ, ঢৌ খেলা ল’ৰালিৰ ছাঁ, তুমি পকা ধানৰ দৰে গোন্ধাইছা, অ’ মোৰ ধুনীয়া কপৌফুল আদি ভিন্ন কাব্য গ্ৰন্থৰ স্ৰষ্টা জীৱন নৰহলৈ সন্তোষ কুমাৰ কৰ্মকাৰ বঁটা- ২০২১। গুৱাহাটী কমাৰ্চ কলেজৰ উদ্যোগত প্ৰথম বাৰলৈ…

নীলমণি ফুকনলৈ জ্ঞানপীঠ বটাঁ

বিশিষ্ট কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বটাঁ প্ৰদান কৰা হৈছে৷জীৱনজোৰা সাধনাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে নীলমনি ফুকনলৈ।তৃতীয়গৰাকী অসমীয়া হিচাপে জ্ঞানপীঠ বটাঁ লাভ কৰিছে নীলমনি ফুকনে।তেখেতৰ উল্লেখযোগ্য সৃষ্টিৰাজিত আছে ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’।নীলমনি…

দিল্লীলৈ হঠাৎ কিয় মুখ্যমন্ত্ৰী?

আজি নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷জৰুৰীভাৱে দিল্লীলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক৷আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী গৰাকী৷বিয়লিলৈ গুৰুত্বপূৰ্ণ বিষয়ত অমিত শ্বাহৰে আলোচনাত বহিব হিমন্ত বিশ্ব শর্মা৷ উল্লেখনীয় যে,নাগালেণ্ডৰ ঘটনাৰ পিছতেই দিল্লীলৈ মুখ্যমন্ত্ৰী গৰাকীক জৰুৰীভাবে মাতি পঠোৱা বুলি বাতৰি…

নিৰ্বিচাৰ ধৰ্ষণ,হত্যালীলা চলাবলৈকে নেকি AFSPA?

১৯৯৫ চনৰ নাগালেণ্ডৰ ৰাজধানী ক’হিমা চহৰৰ ব্যস্ততাপূৰ্ণ এটা পুৱা। ভাৰতীয় সেনা বাহিনীৰ এটা দলে চহৰখনত তহল দি থকাৰ সময়তে হঠাৎ এখন চলন্ত গাড়ীৰ চকা ফুটিল।এই চকা ফুটা সাধাৰণ শব্দকে বোমা বুলি ভাবি ঘটনাস্থলীত উপস্থিত থকা সশস্ত্র সেনা বাহিনীয়ে ৰাজপথেৰে অহা-যোৱা…