সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তিনিদিনৰ মূৰত ধনশিৰিৰ বুকুত উদ্ধাৰ হ’ল অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ

◆ তিনিদিনৰ মূৰত উদ্ধাৰ হ’ল গোলাঘাটৰ থুৰামুখত ধনশিৰিৰ বুকুত নিখোজ হোৱা NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ

◆ স্থানীয় নাৱৰীয়াই উদ্ধাৰ কৰে ৰক্তিম বৰুৱাৰ মৃতদেহ

- Donation -

◆ পৰিয়ালৰ সৈতে বনভোজ খাবলৈ আহি সন্তানৰ সৈতে খেলি থকা অৱস্থাত পানীত ডুবি গৈছিল ৰক্তিম বৰুৱা

◆ SDRF আৰু NDRF–এ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৰক্তিম বৰুৱাক

◆ ঘটনাস্থলীৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ হাঁহচৰা নামৰ স্থানত উদ্ধাৰ কৰা হৈছে লোকজনৰ মৃতদেহ

◆ পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে বৰুৱাৰ মৃতদেহ আৰু লগে লগেই খবৰ দিয়ে আৰক্ষীক

◆ উল্লেখ্য যে দেওবাৰৰ বিয়লিৰ ভাগত সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাৰ পাছৰে পৰা অভিযান চলাই গৈছিল SDRF বাহিনীয়ে

◆ মঙলবাৰৰ দিনটোত NDRF বাহিনীও উপস্থিত হৈ চলাইছিল অভিযান

◆ সম্পূৰ্ণ ৪ দিনৰ পাছত উদ্ধাৰ হ’ল বৰুৱাৰ মৃতদেহ

◆ নিজ পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈ দেওবাৰে ধনশিৰিত উটি গৈছিল অভিযন্তা ৰক্তিম বৰুৱা

Leave A Reply

Your email address will not be published.