মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিক লৈ সৰৱ লুৰীণজ্যোতি গগৈ 

Share This Article

লুৰীনজ্যোতি গগৈৰ ভাষ্য-
এটা পৰিয়ালৰ পৰা অসমৰ সমগ্ৰ ভূমি দখলৰ প্ৰচেষ্টা চলিছে৷
ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমৰ সর্ববৃহৎ কেলেংকাৰিটো সংঘটিত হৈছে৷
কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ৷
অসমৰ মূলসুতিৰ সংবাদ মাধ্যমকো চোকা সমালোচনা লুৰীনজ্যোতি গগৈৰ৷
দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে মুকলি কৰা আৰবিএছ পেপার্চক লৈ সৰব লুৰীনজ্যোতি গগৈ৷অসমৰ ইতিহাসৰ সর্ববৃহৎ ভূমি কেলেংকাৰিক লৈ আজি পুনৰ সৰৱ হল লুৰীণজ্যোতি গগৈ৷অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ অনুষ্ঠানত ভূমিকা কেলেংকাৰিক লৈ এইদৰে বক্তব্য ৰাখিলে লুৰীনজ্যোতি গগৈয়ে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.