সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত৷বাধ্যতামূলক অসমীয়া কাকতৰ বিৰুদ্ধে আবেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে৷ উচ্চ ন্যায়ালয়ক অৱগত কৰালে ৰাজ্য চৰকাৰে বাধ্যতামূলক কাকতখন আঁতৰাবলৈ APSCক নির্দেশ উচ্চ ন্যায়ালয়ৰ৷ আগন্তুক পৰীক্ষাৰ পৰা প্রযোজ্য হ’ব আদালতৰ এই নিৰ্দেশ৷

Leave A Reply

Your email address will not be published.