আৰম্ভ হ’ল কংগ্ৰেছৰ পৰম্পৰা,পুনৰ পদবীক লৈ টনাআঁজোৰা !
পাঁচখন ৰাজ্যৰ ফলাফল ওলাল,ফলাফলত কংগ্ৰেছে লাভ কৰিলে কেৱল তেলেংগানা শাসনৰ ক্ষমতা । তেলেংগানাত মুখ্যমন্ত্ৰী কেচিআৰ নেতৃত্বাাধীন ভাৰত ৰাষ্ট্ৰ সমিতিক হৰুৱাই কংগ্ৰেছ দলে ৬৪ খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয় । কিন্তু আৰম্ভণিতেই…