বিৰোধীত সঁচাকৈয়ে মতান্তৰ হৈছেনে?

লোকসভাৰ নিৰ্বাচনক লৈ শাসক বিৰোধীৰ জল্পনাকল্পনাৰ অন্ত নাই ।শাসক দল বিজেপিৰ লক্ষ্য যিকোনো প্ৰকাৰে তৃতীয়বাৰলৈ ক্ষমতালৈ অহা। আনহাতে,বিৰোধীৰ ঐক্যবদ্ধ মৰ্চাৰ লক্ষ্য বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই পঠিওৱা । দুয়োপক্ষই আগন্তুক লোকসভাৰ নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু আশ্চৰ্যজনক বিষয়টো হ’ল বিজেপিৰ…

ডিমা হাচাওত কাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে দেবোলাল গাৰ্লোচা?

কেৱল আৰু কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত ইজনৰ পাছত সিজন অসমীয়া যুৱক এনকাউণ্টাৰৰ সন্মুখীন হৈছে ৷ আৰক্ষীৰ গুলীত আহত হৈছে বহু অসমীয়া যুৱক ৷ কিন্তু কঠোৰতাৰ পৰিচয় দিয়া এইখন চৰকাৰৰ দিনত এজন চাৰ্জশ্বীটেড অভিযুক্তই ৰাজভোগ কৰি থকাৰ সুবিধা লাভ কৰিছে ৷…

কোন নেতাক হাতত লৈ দেবোলাল বাহিনীৰ ভূমি দখল অভিযান?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটি দালাল, দালালক সহযোগ কৰা চৰকাৰী বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান ৷ কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে এতিয়া পাহাৰীয়া জিলা ডিমা হাচাওত চলিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটিত মুকলি বেদখল ৷ খোদ ডিমা…

বিশিষ্ট নাট্যকাৰ ড° অখিল চক্রৱর্তীলৈ ‘ভোগদৈপৰীয়া সাহিত্য বঁটা’ -২০২৩

অসম নাট্য সন্মিলনৰ প্রাক্তন সম্পাদক ( ১৯৮৪-৯০), প্রাক্তন সভাপতি( ২০০৯-১০), বিশিষ্ট নাট্যকাৰ-পৰিচালক, কবি-গল্পকাৰ-ঔপন্যাসিক ড০ অখিল চক্রৱর্তীলৈ আগবঢ়োৱা হৈছে ‘ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২৩ ।উল্লেখ্য যে মানসম্পন্ন, পৰিশীলিত সাহিত্য-চৰ্চা আৰু ব্যাপ্তি সাধনাৰ এক পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে গঠিত হোৱা ‘ভোগদৈপৰীয়া কবিকণ্ঠ’ই প্ৰতিবছৰে এগৰাকী বিশিষ্ট…

ফাটিল প্ৰধানমন্ত্ৰী মোডীৰ ফটাঢোল !

ৰাজস্থানত বিজেপিয়ে চৰকাৰ গঠন কৰা মাত্ৰ এটা সপ্তাহ পাৰ হৈছেহে,এই এটা সপ্তাহতেই প্ৰকৃত স্বৰূপ ওলাল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো। দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনত শাসক দল বিজেপিয়ে হিন্দী বলয়ৰ ৰাজ্য ক্ৰমে ৰাজস্থান,মধ্যপ্ৰদেশ,ছত্তীশগড়ত বিপুল ভোটেৰে জয়লাভ…

অসম চৰকাৰৰ লগত বন্ধন বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

 বন্ধন বেংকে আজি অসম চৰকাৰৰ পৰা ই-জিআৰএছ পৰ্টেলত ৰাজহ সংগ্ৰহ কৰাৰ বাবে অনুমতি লাভ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ দ্বাৰা অসমৰ লোকসকলে চৰকাৰৰ জি আৰএচ পোৰ্টেলৰ মাধ্যমেৰে কৰ আৰু অন্যান্য পেমেন্ট কৰিবলৈ সক্ষম হ’ব ।ইয়াৰ জৰিয়তে অসমৰ মানুহৰ বাবে…

সম্বিৎ ঘূৰাই পাইছে বিৰোধীয়ে !

শেহতীয়া ৫ ৰাজ্যৰ নিৰ্বাচনত একপ্ৰকাৰ বিৰোধী বিধ্বস্ত হোৱাৰ পিছত বিৰোধী মিত্ৰজোঁটে যেন উপলব্ধি কৰিছে নিজৰ ভুলবোৰ। মধ্য প্ৰদেশত অখিলেশ যাদৱ আৰু কংগ্ৰেছ নেতা কমল নাথৰ মাজত লগা খকাখুন্দাৰ বাবেই ৰাজ্যখনত বিধ্বস্ত হ’ল বিৰোধী। বিৰোধীৰ মাজত প্ৰাৰ্থিত্বক লৈ মতানৈক্য হোৱাৰ বাবেই…

পৰিবৰ্তনৰ বাবে কংগ্ৰেছে জনাইছে এক আহ্বান ,কি এই আহ্বান?

১৩৮ বছৰ পুৰণি দল কংগ্ৰেছে আৰম্ভ কৰিব ক্ৰাউদ ফাণ্ডিং।অহা ১৮ ডিচেম্বৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই এই ক্ৰাউদ ফাণ্ডিং কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।দলটোৱে উত্থাপন কৰা ইছ্যুবোৰৰ লগত একাত্ম হ’ব বিচৰা বা সমৰ্থন থকা লোকসকলে এই সাহাৰ্য আগবঢ়াব পাৰিব৷ন্যুনতম ১৩৮ টকাৰ পৰা এই…

গাখীৰ খুৱাই সাপ পুহি হাৰিল কংগ্ৰেছ !

বিগত  ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটে শোচনীয়ভাৱে মুখথেকেঁচা খালে। হিন্দীবলয়ৰ ৰাজ্য মধ্য প্ৰদেশ,ৰাজস্থান,ছত্তীশগড়ত বিজেপিয়ে লাভ কৰিলে অপ্ৰত্যাশিত জয়।এই জয়ৰ পিছত ইণ্ডিয়া মিত্ৰজোঁটক লৈ কিছু পৰিমাণে নিৰাশ হৈছে বিৰোধী দলসমূহ।আনহাতে,বিৰোধীৰ বিপৰীতে একপ্ৰকাৰ ২০২৪ চনত বিজেপিৰ চৰকাৰ হোৱাতো নিশ্চিত বুলি উৎফুল্লিত…

কৰ্মই ধৰ্ম নহয়,ধৰ্মইহে বিজেপিৰ কৰ্ম !

ধৰ্মক বাদ দি আন একো কথাই ভাবিব নোৱাৰে বিজেপি দলে।একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ পিছত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱে প্ৰথমখন কেবিনেটতে লৈছে এক সিন্ধান্ত।সেই সিন্ধান্ত অনুসৰি কোনো উপাসনাস্থলীতে মাইক ব্যৱহাৰ কৰিব নোৱাৰিব।উল্লেখ্য ইছলাম ধৰ্মাৱলম্বী লোকৰ উপাসনাস্থলীত আজান দিবৰ…