ঘেঁহাই ফোপাই হ’লেও হিন্দী কওক !

হিন্দী আপুনি জানেনে?আপুনি ঘেঁহাই ফোপাই হ’লেও হিন্দী ক’বলৈ চেষ্টা কৰেনে?হিন্দী বোলে জানিবই লাগিব !হিন্দী নাজানি চৰম লটিঘটি এগৰাকী মহিলাৰ !সবিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন- হয়,আপুনি যদি ভাৰতীয়,আপুনি বোলে হিন্দী জানিবই লাগিব !হিন্দী বোলে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ভাষা !হিন্দী নজনাৰ বাবে…

অন দ্য হুইলঃশিহৰণকাৰী দুৰ্গম যাত্ৰাৰ দস্তাবেজ’ উন্মোচন

সততে পৰ্যটক নোযোৱা অৰুণাচল প্ৰদেশৰ কিছুমান বিশেষ দুৰ্গম অঞ্চললৈ নিজে গাড়ী চলাই ঘূৰি ফুৰা তিনিচুকীয়াৰ প্ৰাঞ্জল প্ৰতীম দত্ত এজন ভ্ৰমণ পিয়াসী যুৱক। উত্তৰ পূৰ্বাঞ্চলৰ মনোৰম প্ৰকৃতিৰ আকৰ্ষণত ক’ৰ্পৰেট খণ্ডৰ লোভনীয় চাকৰি এৰি ঘূৰি অহাৰ পাছত দত্তই প্ৰকৃতি আৰু পৰ্যটন ক্ষেত্ৰখনৰ…

I.N.D.I.A ৰ পৰা আঁতৰিব যাদৱ !

 মধ্য প্ৰদেশত ইতিমধ্যে বিজেপিয়ে সোমবাৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ নাম ।ড° মোহন যাদৱ হ’ল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী। ইয়াৰ লগে লগে শিৱৰাজ সিং চৌহানৰ ১৮ বছৰীয়া মুখ্যমন্ত্ৰিত্বৰ অৱসান ঘটিল মধ্যপ্ৰদেশত।কিন্তু কিয় মধ্য প্ৰদেশত মুখ্যমন্ত্ৰী হিচাপে ড° মোহন যাদৱৰ নাম ঘোষণা কৰা হ’ল?কেন্দ্ৰীয় মন্ত্ৰী…

জাত-পাতৰ অংকত বিভোৰ বিজেপি !

ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়ত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ ক্ষমতা লাভ কৰাৰ পিছতো মুখ্যমন্ত্ৰীৰ বাচি উলিয়াবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে । ইতিমধ্যে ছত্তীশগড়ত মুখ্যমন্ত্ৰী বিচাৰি উলিয়ালে বিজেপিয়ে।কিন্তু এতিয়াও মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ বাবে মুখ্যমন্ত্ৰী কোন হ’ব নিৰ্ধাৰণ কৰিব পৰা নাই বিজেপিয়ে। দুয়োখন…

বাবা Out,কেন্দ্ৰীয় মন্ত্ৰী In

ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়ত ক্ষমতা দখল কৰাটো বিজেপিৰ বাবে বাৰু সপোনৰো অগোচৰ আছিল নেকি?যদি বিজেপিৰ বাবে এই ফলাফল প্ৰত্যাশিতই আছিল,তেন্তে কিয় ফলাফল ওলোৱাৰ এটা সপ্তাহ পিছতো মুখ্যমন্ত্ৰী সম্পৰ্কত কোনো সিন্ধান্ত ল’ব পৰা নাই বিজেপিয়ে।মধ্য প্ৰদেশত বৰ্তমানৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান থকাৰ পিছতো…

তিনিখন ৰাজ্যৰ বৃহৎ জয়ে উৎফুল্লিত কৰিছে বিজেপি শিবিৰক

তিনিখন ৰাজ্যৰ বৃহৎ জয়ে উৎফুল্লিত কৰিছে বিজেপি শিবিৰক।ছত্তীশগড়,মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছ দলে অনাকাংক্ষিতভাৱে পৰাজয়ৰ মুখামুখি হোৱাৰ বিপৰীতে বিজেপি দলে মধ্যপ্ৰদেশত চতুৰ্থবাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে।২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ আগত এই তিনিখন ৰাজ্যত বৃহৎ জয়লাভ কৰাটোক ৰাজনৈতিক বিশ্লেষকে বিজেপিৰ…

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

 কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নৱতম উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি শুকুৰবাৰে উন্মোচন কৰা হয়। গুৱাহাটীৰ চচলত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে। উন্মোচকৰ ভাষণত দেৱ চৌধুৰীয়ে কয়― ”সাম্প্ৰতিক সময়ত অসমীয়া উপন্যাসৰ বিষয় মানুহৰ সমস্যাৰ পৰিৱৰ্তে ঐতিহাসিক…

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নৱতম উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ আজি উন্মোচন কৰা হয়। গুৱাহাটীৰ চচলত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে। উন্মোচকৰ ভাষণত দেৱ চৌধুৰীয়ে কয়― ”সাম্প্ৰতিক সময়ত অসমীয়া উপন্যাসৰ বিষয় মানুহৰ সমস্যাৰ পৰিৱৰ্তে ঐতিহাসিক…

মুখ্যমন্ত্ৰী কাক পাতিব,সিন্ধান্ত ল’ব RSS এ !

৫ খন ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলত ৩ খনতেই জয়লাভ কৰিলে বিজেপিয়ে । ইতিমধ্যে ফলাফল ওলোৱা ৫ টা দিন পাৰ হ’বৰ হ’ল। কিন্তু তিনিখন ৰাজ্যৰ এখনৰো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই বিজেপি৷ৰাজস্থানত মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰায় ৯ গৰাকীৰ…

পুত্ৰৰ কথা নুশুনি বিপদত পিতৃ !

  তেলেংগানাত কংগ্ৰেছৰ বিপুল জয়ৰ বিপৰীতে ভয়ংকৰভাৱে মুখথেকেঁচা খালে ভাৰত ৰাষ্ট্ৰ সমিতিয়ে । ভাৰত ৰাষ্ট্ৰ সমিতিৰ মূৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ তেলেংগানা গঠনৰ ক্ষেত্ৰত সৰ্বাধিক অৱদান আছিল । তেওঁৰ নেতৃত্বতে তেলেংগানা গঠনৰ পৰাই অৰ্থাৎ ২০১৪ চনৰ পৰাই তেওঁৰ দলৰ চৰকাৰ আছিল৷চৰকাৰ…