বিৰোধীত সঁচাকৈয়ে মতান্তৰ হৈছেনে?
লোকসভাৰ নিৰ্বাচনক লৈ শাসক বিৰোধীৰ জল্পনাকল্পনাৰ অন্ত নাই ।শাসক দল বিজেপিৰ লক্ষ্য যিকোনো প্ৰকাৰে তৃতীয়বাৰলৈ ক্ষমতালৈ অহা। আনহাতে,বিৰোধীৰ ঐক্যবদ্ধ মৰ্চাৰ লক্ষ্য বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই পঠিওৱা । দুয়োপক্ষই আগন্তুক লোকসভাৰ নিৰ্বাচনক লৈ…