সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাতৰি বন্ধ,তালফাল ডিব্ৰুগড়

ডিব্ৰুগড় আকাশবাণী অসমীয়া আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰাক লৈ উত্তাল ডিব্ৰুগড়।ডিব্ৰুগড় আকাশবাণীৰ অসমীয়া আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰাক লৈ উত্তাল হৈ পৰিছে ডিব্ৰুগড় চহৰ । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰি সম্প্ৰচাৰ বন্ধ কৰা…

সাহিত্য সভাৰ সভাপতিৰ দৌৰ আৰম্ভ !

অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে য়েছে দৰজে ঠংছিয়ে । বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি হ'ব পাৰে নেকি অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি ? ই বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে…

ভয়ংকৰ ভৱিষ্যতৰ দিশে মধ্য প্ৰদেশৰ মেডিকেল শিক্ষাৰ্থী !

মধ্য প্ৰদেশ চৰকাৰে অলপতে শুভাৰম্ভ কৰে হিন্দী ভাষাত মেডিকেল পাঠ্যক্ৰম। বিৰাট ঢাকঢোল বজাই মধ্যপ্ৰদেশ চৰকাৰে হিন্দী ভাষাত এই পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। ভাগ লৈছিল কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে।এমবিবিএছৰ প্ৰথম বাৰ্ষিকীৰ ৩খন কিতাপ হিন্দীত…

অমিত শ্বাহ হ’ব নেকি গুজৰাটৰ মুখ্যমন্ত্ৰী?

দেৱালীৰ পিছতে ঘোষণা হ’ব গুজৰাট বিধানসভাৰ দিন।কিন্তু দলীয় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কোনো সঠিক তথা বলিষ্ঠ সিন্ধান্তত উপনীত হ’ব পৰা নাই বিজেপি দল।ইতিমধ্যে গৃহমন্ত্ৰীৰ অমিত শ্বাহে গুজৰাটত কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰচাৰ অভিযান অব্যাহত…

২৫ অক্টোবৰৰ পৰা উপেন্দ্ৰ নাথ ব্ৰহ্ম গ’ল্ড কাপ ফুটবল প্ৰতিযোগিতা

ওদালগুৰিত জিলা ক্ৰীড়া সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ উদ্যোগত ২৮ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম গ'ল্ড কাপ ফুটবল টুৰ্ণামেণ্টখন ২৫ অক্টোবৰৰ পৰা ওদালগুৰিৰ নলবাৰী খেলপথাৰত আৰম্ভ হ'ব। সোমবাৰে উদ্যোক্তা ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক…

গুৰু গোঁসাই নমনা পুত্ৰ,লটিঘটি মন্ত্ৰীৰ

এগৰাকী ১৬ বছৰীয়া যুৱতীৰ ধৰ্ষণৰ লগত ত্ৰিপুৰাৰ এগৰাকী মন্ত্ৰী ভগৱান দাসৰ পুত্ৰ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ উনকতি জিলাত।ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ লগত জড়িত ৩জনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে বিগত ১৯ অক্টোবৰত…

সাৱধান,পাৰ্চেলত ড্ৰাগছ !

ডাইৰেক্টৰেট অব ৰেভিনিউ ইণ্টেলিজেন্সে মুম্বাইৰ এয়াৰ কাৰ্গো কমপ্লেক্সৰ পৰা প্ৰায় ১.৯ কেজি ওজনৰ ড্ৰাগছ জব্দ কৰে। ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৫ কোটি।ড্ৰাগছখিনি ইণ্টাৰনেশ্যনেল কোৰিয়াৰ পাৰ্চেলৰ জৰিয়তে বিদেশৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছে।পাৰ্চেলটো…

ৰাজ্যপালৰ নিৰ্দেশ -পদত্যাগ কৰক উপাচাৰ্যই

উপাচাৰ্যক পদত্যাগৰ নিৰ্দেশ । ৯ জনকৈ উপাচাৰ্যক পদত্যাগৰ নিৰ্দেশ ৰাজ্যপালৰ ।কেৰালাৰ ৰাজ্যপালে দিছে এই নিৰ্দেশ । উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পিছতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে এই নিৰ্দেশ দিয়ে । সোমবাৰে ১১বজাৰ ভিতৰত ৯ খন বিশ্ববিদ্যালয়ৰ…

কপাল ফুলিব ঋষি ছুনাকৰ !

প্ৰধানমন্ত্ৰীৰ দৌৰত নাই জনছন । হাৰি হাৰিও জিকি গ’ল ছুনাক। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক।ছুনাকে ১৪২ জন সদস্যৰ সমৰ্থন লাভ কৰিছে ।লিজ ট্ৰাছৰ হাতত ৪৪ দিন আগতে পৰাজিত হোৱা ছুনাক সোমবাৰৰ দিনটোতেই প্ৰধানমন্ত্ৰী হোৱাৰ আশা প্ৰৱল। “ মই আমাৰ…

লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি

বিগত ২ অক্টোবৰৰ পৰা নগাঁৱৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে । পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত চকলাঘাট…