সময় বালিত খোজ থৈ নাট সামৰিলে ‘খোজ’ৰ পৰিচালকে
বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান৷ আজি পুৱা ৮.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে পুলক গগৈয়ে ৷বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল চিত্ৰশিল্পীগৰাকী ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ৷ ১৯৩৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল পুলক…