আলি-আয়ে-লৃগাঙত গুণোৎসৱ কিয়?
১৫ ফেব্ৰুৱাৰীৰ আলি-আয়ে-লৃগাঙৰ দিনটোত গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা বিষয়ত ধেমাজিত TMPK এ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষাখণ্ডত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ।ইফালে এই দিনটোতে প্ৰতিবছৰে উদযাপন কৰে ৰাজ্যৰ…