শিৱসাগৰত ভাৰত ৰত্ন তথা সংবিধান প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰ”আদৰ্শ সন্মান”২০২২ বৰ্ষৰ বিশেষ সন্মান প্ৰদান অনুষ্ঠান

Share This Article

সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত সংবিধান প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰৰ মৃত্যুৰ লগত সংগতি ৰাখি মঙলবাৰে বিশেষ সন্মান প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ কৰ্মশ্ৰী বঁটা প্ৰাপক তথা জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক ভাৰতৰত্ন ড° ভীমৰাও আম্বেদকাৰ “আদৰ্শ সন্মান”২০২২ বৰ্ষৰ সন্মান প্ৰদান কৰা হয়।উক্ত বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাস আৰু শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে শিৱসাগৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.