Investigative reporting with dedication.

কাৰ্বি আংলং চিংগিং চুপাৰ ষ্টাৰ চিজন-4 চিংগিংগ ৰিয়েলটি শ্ব’ত অগ্ৰগতি গোলাঘাটৰ কন্যা দীপশিখা ৰাজবংশীৰ। ইতিমধ্যে কাৰ্বি আংলং চিংগিং চুপাৰষ্টাৰ চিজন-4 ফাইনেলত প্ৰৱেশ কৰিছে দীপশিখা ৰাজবংশীয়ে। গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি কছাৰীচুক গাঁৱৰ নিবাসী নিৰোদ ৰাজবংশী আৰু ইন্দিৰা সোণোৱালৰ কন্যা তথা গোলাঘাট হেমপ্ৰভা বৰবৰুৱা ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী দীপশিখা ৰাজবংশী। এতিয়া কাৰ্বি আংলং চিংগিং ৰয়েলিটি শ্ব’ত সাফ্যলৰ বাবে দীপশিখাক লাগে আপোনাৰ আশীৰ্বাদ।১৩ ডিচেম্বৰ ২০২২ তাৰিখৰ পৰা ২০ ডিচেম্বৰ ২০২২লৈ চলিব ভোটিং প্ৰক্ৰিয়া।7065060215 নম্বৰত আপোনাৰ এটা মিচডকলেই আশীৰ্বাদ হ’ব দীপশিখাৰ বাবে । ১৩ ডিচেম্বৰৰ দিনৰ ১২ বজাৰ পৰ ২০ ডিচেম্বৰ সন্ধ্যা ৬ বজালৈকে গোটেই সপ্তাহটৈ মুকলি থাকিব অনলাইন ভোটিং ব্যৱস্থা । কাৰ্বি আংলং চিংগিংগ ৰয়েলিটি শ্ব’ট দীপশিখা বিজয়ী হ’বলৈ উল্লেখিত নম্বৰত আপোনাৰ এটা মিচড কলেৰে আশীৰ্বাদ বিচাৰিছে দীপশিখা ৰাজবংশীয়ে ।




