দেশ উত্তাল কৰা বিতৰ্কবোৰ
২০২২ বৰ্ষটোত ভাৰতৰ ৰাজনীতিত কেইবাটাও উল্লেখযোগ্য ঘটনা ঘটিল।
মহাৰাষ্ট্ৰ,বিহাৰত চৰকাৰৰ পৰিবৰ্তন হ’ল৷মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিধায়কক লৈ একনাথ সিন্দেই গঠন কৰিলে নতুন চৰকাৰ।নতুন চৰকাৰ গঠনত পূৰ্ণ সহযোগিতা আগবঢ়ালে…