Browsing Category
বিশ্ব
নতুন সংকট : অনাহাৰত পৰিব আফগানিস্তানৰ ১.৪০ কৌটি জনতা
তালিবানৰ ক্ষমতা দখলৰ পাছত তীব্ৰ খাদ্য সংকটৰ সৃষ্টি হ’ব পাৰে আফগানিস্তানত ৷ প্ৰায় ১ কৌটি ৪০ লাখ মানুহ অনাহাৰৰ সন্মুখীন হোৱা সম্ভাৱণা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই ৷বিশ্ব খাদ্য প্ৰকল্পৰ প্ৰধান মেৰি মেকগ্ৰোয়াৰ্টিয়ে কাবুলত পৰা বুধবাৰে ৰাষ্ট্ৰসংঘক এই…
আফগানিস্তানৰ পৰা ভাৰতক দু:শ্চিন্তাত পেলোৱা কি খবৰ আহিছে ?
ভাৰতক দু:শ্চিন্তাত পেলাই কাবুললৈ শিপা বিয়পাইছে আল –কায়দা আৰু পাকিস্তানৰ হক্কানি নেটৱৰ্কে ৷ খবৰ দিছে চোৰাংছোৱা সংস্থাই ৷ ২০ বছৰ পাছত তালিবান শাসনলৈ ঘূৰি অহাৰ পাছত এইটোৱে অৱধাৰিত ঘটনা আছিল ৷ যিয়ে ভাৰতৰ ৰক্তচাপ বঢ়াই তুলিছে ৷
কেন্দ্ৰীয়…
কেনে হ’ব আফগানিস্তানৰ চৰকাৰ -প্ৰশাসন ?
তালিবানৰ নেতৃত্বত গঠন হ’বলগীয়া আফগানিস্তান চৰকাৰক লৈ ব্যাপক জল্পনা – কল্পনা আৰম্ভ হৈছে ৷ কিন্তু তালিবান নেতৃত্বই গণতান্ত্ৰিক ব্যৱস্থাৰ বিপৰীতে পৰিষদীয় ৰাষ্ট্ৰব্যৱস্থাৰহে পোষকতা কৰিছে ৷তালিবানৰ শীৰ্ষ নেতা হাইবাতুল্লা আখুন্দজাদাই এই কথা…
আমেৰিকাই কিয়, কেনেদৰে জন্ম দিছিল তালিবানৰ ?
দুটা দশক , মানে ২০ বছৰ। সম্পূৰ্ণ ২০ বছৰ আমেৰিকাই নিয়ন্ত্ৰণ কৰিছিল আফগানিস্তান। এই ২০ বছৰত আফগানিস্তানত আধিপত্য বজাই ৰাখিবলৈ আমেৰিকাই ব্যয় কৰিছিল কমেও ৬১ লাখ কৌটি টকা। কিন্তু আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ দহ দিনৰ ভিতৰতে সলনি হৈ গ’ল বিগত ২০…
আফগানিস্তানৰ পৰা কেনেকৈ উভতি আহিল ১৫০ গৰাকী ভাৰতীয়? গাৰ নোম শিয়ৰি উঠা এটা ৬৫ ঘন্টাৰ এটা কাহিনী-
তালিবানে কাবুল দখল কৰাৰ পাছত ভাৰতৰ গৃহ মন্ত্ৰালয়ে আফগানিস্তানৰ পৰা ভাৰতীয় সকলক উভতাই আনিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে বিপদসংকুল পৰিস্থিতিৰ মাজতেই আফগানিস্তানৰ পৰা ১৫০ গৰাকী ভাৰতীয়ক ভাৰতলৈ উভতাই অনা হৈছে।
১৫০ গৰাকী ভাৰতীয়ক দেশলৈ…
কেনে আছে আফগানিস্তানৰ মহিলা চিনেমা নিৰ্মাতা , খেলুৱৈসকল ?
আমাৰ লৰা -ছোৱালীবোৰ শিবিৰত ডকাইতি আৰু গাখীৰৰ অভাৱত মৃত্যুমুখত পৰিছে।এয়া মানৱীয়তাৰ সংকট।তথাপিও সমগ্ৰ পৃথিৱী শান্ত হৈ আছে।
আফগানিস্তানৰ পতাকা লৈ আগবঢ়া সমদললৈ তালিবানে গুলী চলালে ক’ত ?
আফগানিস্তানৰ জলালাবাদ চহৰত বুধবাৰে কিছুসংখ্যক লোকে আফগানিস্তানৰ পতাকা উৰুৱাই এক সমদল উলিয়াইছিল ৷ এই সমদল পথত আগবঢ়াৰ সময়তে তালিবানে গুলীচালনা কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷
জলালাবাদ আফগানিস্তানৰ পূৱ প্ৰান্তৰ নাংগৰহাৰ প্ৰদেশৰ ৰাজধানী ৷ দেশখনৰ…
হাতত বন্দুক তুলি লোৱা কোন মহিলা গভৰ্ণৰ এতিয়া তালিবানৰ হাতত বন্দী ?
তালিবানৰ আগ্ৰাসনত যিসময়ত এজনৰ পাছত আনজন নেতাই দেশ এৰি পলাইছিল ,সেই সময়ত হাতত বন্দুক তুলি লৈছিল এগৰাকী মহিলা গভৰ্ণৰে ৷আফগানিস্তানৰ সেই মহিলা গভৰ্ণৰ ছালিমা মাজাৰি এতিয়া তালিবানৰ হাতত বন্দী ৷
আশ্ৰফ ঘানি চৰকাৰৰ আমোলত যি তিনিগৰাকী মহিলা…
হঠাৎ শক্তিশালী ইছলামাবাদ : ভাৰতৰ দু:শ্চিন্তাৰ কাৰণ কি ?
তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে হঠাৎ শক্তিশালী হৈ উঠিছে ইছলামাবাদ ৷ আফগানিস্তানৰ শেহতীয়া ঘটনাৱলী দক্ষিণ – পশ্চিম এছিয়াৰ প্ৰেক্ষাপটত পাকিস্তানৰ এক বৃহৎ সাফল্য বুলি অভিহিত কৰিছে কূটনৈতিক মহলে ৷ কিন্তু একেসময়তে বৃদ্ধি পাইছে ভাৰতৰ দু: শ্চিন্তা…
তালিবানৰ সংবাদমেল :মহিলাসকলে চাকৰি কৰিব পাৰিবনে ?
আফগানিস্তানে অন্য কোনো দেশক ভাবুকি প্ৰদান নকৰে ৷আফগানৰ ভূমি ব্যৱহাৰ কৰি কোনেও প্ৰতিবেশী ৰাষ্ট্ৰৰ ক্ষতি কৰিব নোৱাৰে ৷ দুটা দশকৰ পাছত আফগানিস্তানৰ কৰ্তৃত্ব লাভ কৰাৰ পাছত এইদৰে কৈছে তালিবানৰ নেতৃত্বই ৷
তালিবানৰ মুখপাত্ৰ যাবিউল্লাহ মুজাহিদে…