Browsing Category
বিশ্ব
লকডাউনৰ মাজত বিশ্বৰ দহগৰাকী ধনী ব্যক্তি কেনেকৈ দুগুন ধনী হল
সোমবাৰে এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছে অক্সফামে৷প্ৰতিবেদন অনুসৰি কোভিডে দুগুন ধনী কৰিলে বিশ্বৰ শীর্ষ দহগৰাকী ধনী ব্যক্তিক৷কোভিডৰ দুটা বছৰত শীর্ষ দহগৰাকী ধনী ব্যক্তিৰ সম্পত্তিৰ পৰিমাণ ৭ শ বিলিয়ন ডলাৰ অর্থাৎ ৫১ লাখ ৯৭ হাজাৰ ১১৫ কোটি টকাৰ…
ভেকছিন নলয় : অষ্ট্ৰেলিয়া এৰিব লাগিব টেনিছ তাৰকা জকোভিচে
বিশ্ববিখ্যাত টেনিছ খেলুৱৈ নোভাক জকোভিচৰ কেইদিনমানৰ পাছতেই অষ্ট্ৰেলিয়াৰ ভিছাৰ ম্যাদ শেষ হ'ব। তাৰ পিছতেই অষ্ট্ৰেলিয়া এৰিব লাগিব নোভাক জকোভিচে। ক'ভিড টিকাকৰণ নকৰাৰ বাবেই অষ্ট্ৰেলিয়াই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জকোভিচৰ ভিছা আবেদন নাকচ…
ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য
ন-ন আৱিষ্কাৰৰ ক্ষেত্রত বিশ্বৰ ভিতৰত চৰ্চাত থাকে চীন। এইবাৰ ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য। আচল সূৰ্যতকৈ ৫ গুণ শক্তিশালী কৃত্রিম সূৰ্যৰ তাপমাত্রা ৭০ নিযুত ডিগ্রী ছেলছিয়াছ। উৎক্ষেপণৰ পাছত ১৭ মিনিট ৩৬ ছেকেণ্ড সময়ৰলৈকে তাপমাত্ৰা ধৰি…
মানুহৰ দেহত গাহৰিৰ হৃদপিণ্ড সফলতাৰে সংৰোপন
আমেৰিকাৰ এখন চিকিৎসালয়ত এগৰাকী ব্যক্তিৰ দেহত সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ হৃদপিণ্ড। আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰচিটী অৱ মেডিকেল স্কুলত এই কাৰ্য সফলতাৰে সমাপ্ত হৈছে। এগৰাকী ৫৭বছৰীয়া লোকৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলতাৰে সংৰোপন কৰা হয়। সোমবাৰে এই…
তুষাৰপাতত প্ৰায় ২১গৰাকী পৰ্যটকৰ মৃত্যু
পাকিস্তানত এক ভয়ংকৰ ঘটনা। পাকিস্তানৰ মুৰীত প্ৰৱল তুষাৰপাতত প্ৰায় ২১গৰাকী পৰ্যটকৰ মৃত্যু হয়। এটা পাহাৰীয়া ষ্টেচনত আৱদ্ধ হৈ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ কৰিছে পাকিস্তান প্ৰশাসনে। উল্লেখ্য যে, ষ্টেচনত প্ৰায় ১০০০ খন গাড়ী বৰফত আৱদ্ধ হৈ আছে।
অৰুণাচলৰ ১৫ স্থানৰ নতুন নাম কি ৰাখিলে চীনে ?
বিগত ৩০ ডিচেম্বৰত চীনৰ বিদেশ মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি কৰি এখন জাননী জাৰি কৰিছে ৷ লগতে এই ঠাইসমূহৰ নিজাববীয়া নামাকৰণো কৰিছে ৷ এতিয়াৰে পৰা চীনে নিজৰ মানচিত্ৰ আৰু দস্তাবেজত অৰুণাচল প্ৰদেশৰ এই ঠাইবোৰৰ নিজাববীয়া নামহে…
সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে।
সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা মতে, ভাৰত বায়োটেকৰ কভাক্সিন যোগ্য শিশুসকলক প্ৰদান কৰা হ'ব আৰু ২৮ দিনৰ ব্যৱধানত দুটা পালি দিয়া…
অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি চীনৰ
চীনে অতীতৰে পৰা অৰুণাচল প্ৰদেশক চীনৰ অংশ হিচাপে ধাৰাবাহিকভাৱে দাবী কৰি আহিছে আৰু ভাৰতে প্ৰতিবাৰেই ইয়াক দৃঢ়ভাৱে অস্বীকাৰ কৰিছে। কিন্তু বিবিচিৰ এটা বাতৰি অনুসৰি, ৩০ ডিচেম্বৰ বৃহস্পতিবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ অৰুণাচল প্ৰদেশৰ ১৫ টা…
২০২১ ত প্ৰাণ হেৰুৱালে ৪৫ সাংবাদিকে
২০২১ ত প্ৰাণ হেৰুৱালে অসম বা ভাৰত নহয় , সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ বাবে এটা ক’লা বছৰ হৈ ৰ’ল ২০২১ চন ইন্টাৰনেচনেল প্ৰেছ ইনষ্টিটিউটে সদৰী কৰা তথ্য অনুসৰি ২০২১ চনত সমগ্ৰ বিশ্বত প্ৰাণ হেৰুৱালে ৪৫ গৰাকী সাংবাদিকে ৷ এই তালিকাত শীৰ্ষত আছে মেক্সিকো…
চৰকাৰে দিয়া সাহায্য গ্ৰহণ নকৰে নাগালেণ্ডত সেনাই গুলীয়াই হত্যা কৰা ভুক্তভোগীৰ আত্মীয়ই
আজি কিছুদিন পূৰ্বে নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ অতিং গাঁৱত ভাৰতীয় সেনাৰ নৃশংসতাৰ বলি হৈছিল ১৪ জনকৈ নীৰিহ ভাৰতীয় নাগৰিক। সেনাৰ বিবৃতি অনুসৰি ভাৰতীয় সেনাই ভুলতে গুলীয়াই হত্যা কৰিছিল সেই দুৰ্ভগীয়া শ্ৰমিকৰ দলটোক। এই ঘটনাই সমগ্ৰ…