Browsing Category
বিশ্ব
প্ৰস্ৰাৱেহে ৰাখিছে প্ৰাণ
নিজৰ প্ৰস্ৰাৱ সেৱন কৰি তিনি দিন সোমাই থাকিল ধ্বংসস্তূপৰ মাজত।খাবলৈ একো নাই,হেঁচা মাৰি ধৰিছে ধ্বংসস্তূপে।উপায়হীন হৈ সেৱন কৰিছে নিজৰেই প্ৰস্ৰাৱ।ভূমিকম্পত তচনচ হোৱা তুৰস্কৰ প্ৰায়বোৰ চহৰ বৰ্তমান মৰিশালিলৈ ৰূপান্তৰিত হৈছে৷শিয়াল-শগুণে টানিছে…
লেপটপৰ পৰা অগ্নিকাণ্ড
ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।স্থানীয় সময় অনুসৰি পুৱা ৭ বাজি ৩০ মিনিটত সংঘটিত হৈছে এই ঘটনা।ছান ডিয়েগো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা যাত্ৰা আৰম্ভ কৰা বিমানখনত এজন যাত্ৰীৰ এটা লেপটপৰ বেটেৰীত জুই লাগে।লগে লগে বিমানখনৰ…
মৃত্যু উপত্যকালৈ পৰ্যবসিত ২খন দেশ
বিগত সোমবাৰে পুৱতি নিশা সংঘটিত ভয়ংকৰ ভূমিকম্পত চকুৰ পলকতে তচনচ হৈ গ’ল তুৰস্ক আৰু ছিৰিয়া।৭.৮ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্পই দেশখনৰ প্ৰায় ৫০% অঞ্চলৰ ক্ষতিসাধন কৰিছিল।তাৰপিছতো কমবেছি পৰিমাণে প্ৰায় শতাধিক জোকাৰণিৰ সন্মুখীন হৈছে দেশ দুখন।বিগত দুটা…
চাকৰি যাব ‘জুম’ৰ কৰ্মচাৰীৰ
কেইবাটাও বিশ্বৰ প্ৰসিদ্ধ প্ৰযুক্তি কোম্পানীয়ে ইতিমধ্যে নিজৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে।জুম ভিডিঅ’কমিউনিকেশ্যনে মঙলবাৰে মুঠ ১৩০০ কৰ্মচাৰী অব্যাহতি দিয়াৰ কথা ঘোষণা কৰে।জুমৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় 'বিগত কেইবা বছৰো ধৰি জুমে…
জক’ভিচৰ প্ৰতিভাই থৰ কৰিব চকু !
কথা পাতিব পাৰে ৫টা ভাষাতল তেওঁ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ টেনিছ খেলুৱৈ ।সৰুতে কাগজৰ পৰা তৈয়াৰ কৰিছিল ট্ৰফী
তেওঁৰ নাম ন'ভাক জ'কভিচ।কিন্তু আপুনি টেনিছ জগতৰ বাহিৰেও ন'ভাক জকভিচৰ বিষয়ে কিবা জানেনে? ১৯৯৯ চনৰ আৰু মে' মাহ। এজন ১২ বছৰীয়া ল'ৰা…
দেশ ছাৰখাৰ কিন্তু সুৰক্ষিত মাঝাৰ
সমগ্ৰ দেশ তেতিয়া টোপনিত ডুব গৈ আছিল।হঠাতে আহিল প্ৰবল ভূমিকম্প। তাৰ পিছত চৌদিশে হুৱাদুৱা। চকুৰ পলকতে সকলো ঘৰ ভাঙি তচনচ, চাৰিওফালে নিহতৰ দীঘলীয়া শাৰী ! তুৰস্কৰ এই ছবিয়ে আপোনাকো কন্দুৱাই পেলাব। বিধ্বংসী ভূমিকম্পৰ ফলত তুৰস্ক আৰু ছিৰিয়াৰ এটা…
গুৰুতৰভাৱে অসুস্থ কিম জং উন !
উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী তথা মহাপ্ৰতাপী শাসক কিম জং উন বৰ্তমান ক’ত -তাকে লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব।বিগত কিছু দিন ধৰি কিম জং উনৰ অসুস্থতাৰ বাতৰি কিছু সংবাদমাধ্যমত প্ৰকাশ পাই আহিছে।কিন্তু উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমত এই মহাপ্ৰতাপী ৰাষ্ট্ৰনেতা…
ধন তুলি বিপদত ‘ৰোগী’
সামাজিক মাধ্যমত যিকোনো ৰোগৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি প্ৰায়ে আৱেদন জনোৱা দেখা যায়।এনে আবেদনে প্ৰকৃতাৰ্থত ৰোগীক বহুক্ষেত্ৰত জীৱন ৰক্ষাও কৰা দেখা যায়।কিন্তু কেতিয়াবা আকৌ কিছুসংখ্যক অসৎ প্ৰবৃত্তিৰ লোকে ৰোগীৰ নামত ধন বিচাৰি সহজতে ধন ঘটাৰ…
৪০ জনৰ প্ৰাণ গ’ল দুৰ্ঘটনাত
পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।কুৱেটাৰ পৰা কৰাছীলৈ ৪৮ জন যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দেওবাৰে দুৰ্ঘটনাত পতিত হোৱাৰ ফলত অতি কমেও ৪০ জন যাত্ৰীৰ মৃত্যু হৈছে।লাজবেলাৰ অতিৰিক্ত আয়ুক্ত হামজা অঞ্জুমে কয় “ অত্যধিক গতিত গৈ থকা বাছখনে এখন দলঙৰ…
পুনৰ তেজৰ ফাকু জেৰুজালেম
পূব জেৰুজালেমত অৱস্থিত এটা ছিনাগগত শুকুৰবাৰে সংঘটিত গুলীচালনাত অতি কমেও ৮ জন লোক নিহত হয়।শুকুৰবাৰে বিয়লিৰ ভাগত সংঘটিত এই ঘটনাক প্ৰথম অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি ধাৰণা কৰা হৈছিল যদিও পিছত এজন বন্দুকধাৰীয়ে এই আক্ৰমণ সংঘটিত কৰাৰ বিষয়টো…