Browsing Category
Uncategorized
ৰূপালী জয়ন্তী বৰ্ষত অন্ত পৰিল পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা
শ্ৰেষ্ঠ তাৰ্কিক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুন্জন ৰাজবংশী, শ্ৰেষ্ঠ দল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ
৪৬ তাৰ্কিকৰ অংশগ্ৰহণ, অধ্যক্ষৰ আসনত প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকা
গুৱাহাটী, ২১ নবেম্বৰ: অবশেষত অন্ত পৰিল ২৫ বছৰীয়া পৰাগ কুমাৰ দাস…
তৃণমূল কংগ্ৰেছলৈ বৰুণ গান্ধী !
এইবাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি গান্ধী পৰিয়ালৰ সদস্যই ? এই লৈ দিল্লী আৰু কলকাতাত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷
অহা সপ্তাহত দিল্লী ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ মমতা বেনাৰ্জীৰ এই ভ্ৰমনক…
কি আছিল তিনি কৃষি আইনত ?
অৱশেষত তিনি বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ বিগত প্ৰায় এটা বছৰ ধৰি কৃষক সকলে এই আইন বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে ৷
কি আছিল এই তিনিখন কৃষি আইনত ?
বিগত বছৰৰ ছেপ্তেম্বৰ…
সোণোৱালৰ আমোলৰ আন এক দুৰ্নীতি ফাদিল : ২৩০ পদৰ নিযুক্তি বাতিল
চন্দ্ৰৰ গাত দাগ থাকিলেও দাগ নাছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৷ এই মন্তব্য আছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৷কিন্তু সেই একেজন মানুহেই এতিয়া সোণোৱালৰ আমোলৰ এটাৰ পাছত আন এটা কলংক উদঙাই গৈছে ৷ এপিডিচিএলৰ পাছত এইবাৰ বাতিল কৰা হ’ল প্ৰাথমিক…
কেনেকৈ আমেৰিকাক চেৰ পেলাই চীন হল পৃথিৱীৰ আটাইতকৈ ধনী দেশ হবলৈ সক্ষম হ’ল?
আপোনাৰ মতে বিশ্বৰ ধনী দেশখন কি?আমেৰিকা?নহয়, আমেৰিকাক পিছ পেলাই পৃথিৱীৰ ধনী দেশৰ শীৰ্ষ তালিকাত প্ৰথম স্থান দখল কৰিছে ৰঙা চীনে।এতিয়াৰে পৰা বিশ্বৰ আটাইতকৈ ধনী দেশ হল চীন।কিন্তু কেনেকৈ আমেৰিকাক চেৰ পেলাই চীন হল পৃথিৱীৰ আটাইতকৈ ধনী দেশ হবলৈ…
শুল্ক বিভাগৰ হাতত পৰিল হার্ডিক পাণ্ডিয়া৷ডুবাইৰ পৰা উভতি অহাৰ সময়তে ৫ কোটি টকাৰ দুটা ঘড়ীসহ শুল্ক…
ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ পাণ্ডিয়াৰ হাতত এই মূল্যবান ঘড়ী দুটা সম্পৰ্কত নাছিল কোনো ধৰণৰ বৈধ নথি।দেওবাৰে নিশা দলৰ সৈতে উভতি অহাৰ সময়তে শুল্ক বিভাগে পাণ্ডিয়াৰ পৰা জব্দ কৰে এই ৫কোটি টকীয়া ঘড়ী দুটা। হাৰ্দিক পাণ্ডিয়াৰ আছে মূল্যবান ঘড়ীৰ এক…
আজি শিশু দিৱস
স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজি জন্মদিন ৷ ১৪ নৱেম্বৰৰ নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয় ৷ শিশুসকলৰ বাবে নেহৰু আছিল আপোন ‘নেহৰু খুৰা’ ৷শিশুৰ লগত থকা আত্মীয়তাৰ বাবেই তেওৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন…
কোভিডৰ বাতৰি-
বিগত ২৪ঘন্টাত ভাৰততত কোৰোনাত আক্ৰান্ত হৈছে ১১হাজাৰ ৮৫০গৰাকী ৰোগী।৫৫৫গৰাকী ৰোগীৰ মৃত্যু হৈছে এই সময়চোৱাত।আনহাতে বৰ্তমান দেশত চিকিতসাধীন হৈ আছে ১লাখ ৩৬হাজাৰ ৩০৮গৰাকী ৰোগী।
বাতিল কৰা হ’ল APDCLৰ নিযুক্তি প্ৰক্ৰিয়া
বাতিল কৰা হ’ল APDCLৰ নিযুক্তি প্ৰক্ৰিয়া।এক নিৰ্দেশনাযোগে এই ঘোষণা কৰিলে APDCLয়ে।
কিছু প্ৰশাসনিক কাৰনত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ঘোষণা।
অৰুণাচলত চীনা গাও : কেন্দ্ৰক আক্ৰমণ কৰি কি ক’লে ৰাহুল গান্ধীয়ে ?
অৰুণাচল সীমান্তত চীনে গাও পতাক লৈ বিতৰ্ক অব্যাহত আছে ৷ আমেৰিকাৰ চোৰাংছোৱাৰ মতে সীমান্তত ভাৰতীয় ভূ- খণ্ডত চীনে ১০০ টা ঘৰ নিৰ্মান কৰিছে ৷ কিন্তু ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটে আমেৰিকাৰ চোৰাংছোৱাৰ এই দাবী অস্বীকাৰ কৰি কৈছে যে চীনে নিজা…