Browsing Category
ৰাজ্য
গীত লিখি অভিলেখ সীমান্তৰ
গীত বহুতেই লিখে কিন্তু এনেকুৱা গীত লিখাটো সহজ নহয়।এনেকুৱা এক কঠিন গীত লিখিয়েই বিশ্ব জয় কৰিলে বিশ্বনাথৰ সীমান্তই।ইণ্ডিয়া বুক অব ৰেকৰ্ডছত স্থান লাভ কৰিছে বিশ্বনাথৰ এজন ব্যক্তিৰ।৪২ খন অসমীয়া চলচ্চিত্ৰৰ নামৰে লিখিছিল এটা গীত৷ আদৰ্শ গীত হিচাপে…
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ ৪৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ JAFA Achiever Award-২০২২
গুৱাহাটী: ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাই আজি JAFA Achiever Award-২০২২ ৰ বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰে ।জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা ,…
বিহু সম্পৰ্কীয় চিন্তন বৈঠক সম্পন্ন কেইবাটাও প্ৰস্তাৱ গ্ৰহণ
বিহু কৃষ্টি পৰিষদ,অসমৰ উদ্যোগত, কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত আৰু মডাৰ্ণ ইংলিচ স্কুলৰ আতিথ্যত যোৱা ২০ নৱেম্বৰত অসমৰ বিভিন্ন বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত বিহু পৰিৱেশ্য কলা বিষয়ক এখনি চিন্তন বৈঠক অনুস্থিত হয়।সভাখন সঞ্চালনা কৰে…
মেনেজাৰেই আছিল ডকাইত?
বঙালমৰাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডই লৈছে নতুন মোৰ। ইণ্ডিয়ান অইলৰ মেনেজাৰ কমল সিঙে কালি বঙালমৰাৰ ষ্টেট বেংকত ধন জমা থবলৈ অহাৰ পৰত বেংকৰ চৌহদৰ পৰাই পিষ্টল দেখুৱাই দুই দুবৃত্তই পাঁচ লাখ পঞ্চাশ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ তুলিছিল। ঘটনাটো সংঘটিত…
এনেই জে’লৰ ভাত নহ’ব,কিবা শিকিব লাগিব !
কাৰাবন্দী হিচাপে থকা লোকৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।অৱশ্যে ন্যায়ালয়ৰ এই নিৰ্দেশ যিসকলে এনে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ইচ্ছুক সেই সকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক…
কুঁৱলীয়ে প্ৰাণ ল’লে ৫ জনৰ
তেজপুৰৰ এক বিবাহ অনুষ্ঠানত অংশ ল'বলৈ অ’ৰা গাড়ীৰে তেজপুৰলৈ গৈ আছিল ৫ জনীয়া যুৱকৰ এক দল।এএছ ০৫ কিউ ২৬৪৩ নম্বৰৰ AURA বাহনখন বোকাখাটৰ পৰা তীব্ৰ বেগত তেজপুৰ দিশে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭ নং(ক) চাৰিলেনযুক্ত…
ভাওলাগুৰীত স্বাস্থ্য শিবিৰ
বঙাইগাঁও জিলাৰ ভাওলাগুৰী নগৰীয়া স্থাস্থ্য কেন্দ্ৰত আজি এক স্থাস্থ্য শিৱিৰ অনুষ্ঠিত হয় ।মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উৎসৱ সমগ্ৰ ৰাজ্যৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তত পালিত হৈ থকাৰ সময়তে ইয়াৰ লগত সংগতি ৰাখি আজি বঙাইগাঁও জিলা…
উচ্ছেদৰ বিৰুদ্ধে গৰ্জন কৃষক মুক্তিৰ
খিলঞ্জীয়া লোকক উচ্ছেদ কৰা কাৰ্য বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়ত আজি 'খিলঞ্জীয়া গৰ্জন' কাৰ্যসূচী হাতত লোৱা হয়।নামদাং অঞ্চলৰ খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা উচ্ছেদ বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়ত 'খিলঞ্জীয়া গৰ্জন' কাৰ্যসূচী আজি অনুষ্ঠিত হয়। জিলা উপায়ুক্ত…
ব্ৰাহ্মণ বিদেশী নেকি?
'ব্ৰাহ্মণ বিদেশী'।
'এই কথা ডি এন এৰ প্ৰতিবেদনে কৈছে' ।
'ব্ৰাহ্মণ সকলে জাতিৰ ভাগ কৰিছে' ।
'ব্ৰাহ্মণ সকল ভাৰতৰ মূল নিবাসী নহয়' ।
'আমাক বিদেশীয়ে এতিয়াও শাসন কৰি আছে' ।
অসমৰ মুখ্যমন্ত্ৰীক ডি এন এ পৰীক্ষা কৰিবলৈ আহ্বান অনুসূচিত জাতি…
বিধায়ক প্ৰমোদৰ ‘প্ৰমোদ’ত ভোল গ’ল বিশ্বনাথবাসী
কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথৰ পশ্চিম চাৰিআলিত সাৰ্বজনীন ৰাসমহোৎসৱ অনুষ্ঠিত হৈছে।এই ৰাস মহোৎসৱত বিষ্ণুৰ ভাৱত অবতীৰ্ণ হৈছে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ।কেৱল বিধায়ক গৰাকীয়েই নহয়,বিধায়ক গৰাকীৰ পত্নী পৰী বৰঠাকুৰ…