Browsing Category
ৰাজ্য
দিল্লীত লাচিত দিৱস অথচ দৰমহা নাই কৰ্মচাৰীৰ
১৬০ কোটি টকা ব্যয়েৰে দিল্লীত লাহবিলাহেৰে লাচিত দিৱস পালন কৰা চৰকাৰে বিগত ৫৫ মাহে দৰমহা দিব পৰা নাই কৰ্মচাৰীক।বিগত ৫৫ মাহে দৰমহাৰ পৰা বঞ্চিত ওদালগুৰি পৌৰসভাৰ কৰ্মচাৰী।প্ৰাপ্য দৰমহা বিচাৰি ওদালগুৰিত পৌৰ কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ…
সৰিয়হ খেতিৰ কিটিপ শিকালে বৈজ্ঞানিকে
নগাঁও কৃষি বিভাগৰ উদ্যোগত সৰতপুৰৰ পৰা অহা কেইবাগৰাকী বৈজ্ঞানিকৰ দ্বাৰা ৰহাত সৰিয়হ কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়।অসমীয়াৰ সামাজিক তথা ধৰ্মীয় উৎসৱ পাৰ্বনৰ লগত জড়িত কলৰ পটুৱা ।কিন্তু আধুনিক সমাজত প্লাষ্টিকৰ অবাধ প্ৰচলনত অসমীয়া সমাজৰ পৰা…
গাড়ী চোৰে টোপনি হৰিছে নগঞাৰ
ৰাজ্যত সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ। এইবাৰ নগাঁৱৰ ৰণথলী জলাহত চালকক আক্ৰমণ কৰি গাড়ী চুৰিৰ চেষ্টা চলাই ৰাইজৰ তৎপৰতাত পলায়ন কৰিবলগীয়া হৈছে এটা প্ৰৱঞ্চকৰ দলে । গাড়ী চুৰিৰ এক অসাধু চক্ৰৰ দুই সদস্যই বাইহাটা চাৰিআলিৰ মোজ্জামিল হক নামৰ এজন…
শীঘ্ৰেই আৰম্ভ হ’ব কেঞ্চাৰ বায়’লজীৰ পাঠ্যক্ৰম
বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউটৰ প্ৰেক্ষাগৃহত আজি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউট আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিত প্ৰতিষ্ঠানটোৰ হৈ সঞ্চালক ড° অমল…
‘হিন্দু বীৰ নসজাব’- সকীয়নি অখিল গগৈৰ
অসম - মেঘালয় সীমান্তত সংঘাটিত হোৱা সংঘাতৰ বিৰুদ্ধে সৰৱ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল…
প্ৰসূতি কক্ষত নহয় শৌচাগাৰত জন্ম সন্তান
কৰিমগঞ্জত চিকিৎসালয়ৰ শৌচাগাৰত সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে। নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা । চিকিৎসালয়খনৰ নাৰ্ছৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলিছে আশা কৰ্মীয়ে। বিতৰ্কই যেন লগ এৰা নাই কৰিমগঞ্জৰ এখন চৰকাৰী প্ৰাথমিক…
চাহ নুখুওৱাৰ বাবে প্ৰাণ গ’ল ৰোগীৰ ?
কৈ থাকিলে ওৰ নপৰে অসমৰ স্বাস্থ্য বিভাগটোৰ কথা।প্ৰতি দিনেই নানান অভিযোগ বিভাগটোৰ কৰ্মীৰ বিৰুদ্ধে।কোনোবা দিনা যদি চিকিৎসকৰ গাফিলতিত কোনো ৰোগীয়ে প্ৰাণ হেৰুৱাইছে,কোনোবা দিনা আকৌ নাৰ্ছৰ অৱহেলাত মৃত্যুক সাৱটিছে ৰোগীয়ে।আজি পুৱাই লখিমপুৰ চিকিৎসা…
সোণগুটি নাই,তথাপিও আনন্দ কামপুৰত
আঘোণ মানেই কৃষকৰ সপোন পুৰণ হোৱাৰ সময় ।পুনৰ আহিছে আঘোণ। সোণগুটিৰে পথাৰ সোণোৱালী হোৱাৰ সময়। দাৱনীৰ কাঁচীৰ কেচ কেচ শব্দ আৰু কৃষকে ধানৰ ডাঙৰী কঢ়িয়াই নি পিঠি কান্ধ বিষ কৰাৰ সময় ।আঘোণৰ সোণগুটি সোণোৱালী হৈ পৰা আঘোণৰ পথাৰে ৰিঙিয়াই মাতে চহা কৃষক…
অসমে পাহৰিলে,তিতাবৰবাসীয়েহে সোঁৱৰিলে তৰুণ গগৈক
জন নেতা তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী পালন। তিতাবৰ ৰাজীৱ ভৱনৰ প্ৰাঙ্গণত নাম প্ৰসঙ্গ।অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী 'পদ্মভূষণ' সন্মানেৰে বিভূষিত তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী আজি তিতাবৰত পালন কৰা হৈছে।এই উপলক্ষে তিতাবৰ ৰাজীৱ ভৱনত আয়োজন…
পৰম্পৰাগত খেলত ব্যস্ত সকলো
বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত পৰম্পৰাগত ৰচী টনা, টেকেলী ভঙা আৰু তেল সনা খুঁটাত বগোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়।সাংবাদিকৰ লগতে চৰকাৰী প্ৰতিটো বিভাগ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে এই…